দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে আজি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত মিলিত হয়। ভাৰ্চুৱেল...
Read moreDetailsগুৱাহাটী মহানগৰীত অন্তৰ্ধান হৈ পৰিছে চিটি বাছসমূহ। যাৰ ফলত যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। সাধাৰণ নাগৰিকৰ যাতায়াতৰ অন্যতম মাধ্যম...
Read moreDetailsশিৱসাগৰৰ নামতিৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত জুই লগাই দিলে ছাত্ৰীয়ে। কিন্তু কিয়? শিৱসাগৰৰ নামতিৰ এখন বিদ্যালয়ত বৰমৌৰ সন্ত্ৰাসে ত্ৰাসৰ সৃষ্টি কৰে।...
Read moreDetailsমঙ্গলবাৰে শুৱালকুছিত সংঘটিত এক ভয়াবহ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। তিনিবছৰীয়া সন্তানক নদীত দলিয়াই নিজেও আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী মহিলাই।...
Read moreDetailsবৰাক উপত্যকাৰ শিলচৰৰ নিচেই কাষত অৱস্থিত ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত ৰাজ্য চৰকাৰে ৮০০ একৰতকৈ অধিক ভূমিত গ্ৰীণফিল্ড বিমান বন্দৰ...
Read moreDetailsবৰপেটা জিলাৰ এখন স্থানীয় আদালতে আজি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন নাকচ কৰিছে। গুজৰাটৰ বিধায়কজনক...
Read moreDetailsদুটাকৈ টুইটে ধুমুহাৰ সৃষ্টি কৰিছে বিজেপিৰ বৰঘৰত৷ গুজৰাটৰ দলিত নেতা তথা কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেছ মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে...
Read moreDetailsনিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ নিয়োগ কৰিছে অসম আৰক্ষীয়ে। আজি আলফা (স্বাধীন)- এ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’...
Read moreDetailsচেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছ আৰু হেইনৰিখ Böll ফাউণ্ডেচনৰ দ্বাৰা কেইবছৰমান আগতে “দক্ষিণ এছিয়াত জলবায়ু পৰিৱৰ্তন, প্ৰব্ৰজন আৰু সংঘাত: উপ-মহাদেশত বৰ্ধিত...
Read moreDetailsদেশত কৰ্মসংস্থানৰ সমস্যাই কি যে ভয়াবহ ৰূপ ধাৰণ কৰিছে সেয়া ক্ৰমে স্পষ্ট হৈ পৰিছে। নিবনুৱা সমস্যাই ইমানেই মাৰাত্মক ৰূপ ধাৰণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd