উত্তৰ-পূব

পেগাচাছ কাণ্ড: উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰিলে অন্তৱৰ্তী প্ৰতিবেদন

ইজৰাইলী স্পাইৱেৰ ব্যৱহাৰ কৰি ৰাজনীতিবিদ, সাংবাদিক, বিচাৰক আৰু চৰকাৰী বিষয়াসকলৰ ওপৰত চকু ৰখা পেগাচাছ কাণ্ডৰ তদন্ত কৰিবলৈ নিযুক্ত বিশেষজ্ঞ সমিতিয়ে...

Read moreDetails

এতিয়াও সন্ধানহীন দুৰ্ধৰ্ষ চোৰাং চিকাৰী আছমত আলি ওৰফে নালকু; আৰক্ষীৰ অভিযান অব্যাহত

কেৰেলাৰ পৰা গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ গঁড় চিকাৰী আছমত আলি ওৰফে নালকুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ছয়দিন অতিক্ৰম কৰিলে যদিও...

Read moreDetails

মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

পুনৰ বোৱঁতী হ'ব কলং! কলিয়াবৰৰ মাজেৰে কলঙৰ মুখেদি পুনৰ পানী বৈ যাব। হাতীমূৰাৰ পৰা পুনৰ বৈ যাব কলং!! উল্লেখ্য যে...

Read moreDetails

দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ ৰমেশবাবু প্ৰজ্ঞানন্ধাই সমগ্ৰ বিশ্বকে চমক দিলে তেওঁৰ অসাধাৰণ দবা খেলৰ প্ৰতিভাৰে। বিশ্বৰ ১নম্বৰ দবা খেলুৱৈ মেগনাছ...

Read moreDetails

ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

ইউক্ৰেইনৰ পূব অঞ্চলৰ বিচ্ছিন্নতাবাদীৰ নিয়ন্ত্ৰণত থকা দুটা অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। সোমবাৰে নিশা ডোনেটস্ক আৰু...

Read moreDetails

অপৰাধে ছানি ধৰিছে গুৱাহাটী! মহানগৰীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী

ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীত ক্ৰমে অপৰাধৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পাইছে। হত্যা, লুণ্ঠন আৰু আন অপৰাধৰ ঘটনাই নাগৰিকৰ নিৰাপত্তালৈ যেন...

Read moreDetails

উদাসীন চৰকাৰ! ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা

কাছাৰ কাগজ কলৰ আন এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটিছে। ইয়াকে লৈ অসমৰ বন্ধ হৈ পৰা কাগজ কলৰ মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা...

Read moreDetails

কাজিৰঙাত এনিমেল কৰিডৰৰ প্ৰশাসনৰ উচ্ছেদ অভিযানত ৰাইজৰ প্ৰতিবাদ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ নিচেই সমীপৰ বনৰজা নামৰ এখন ব্যক্তিগত অতিথিশালাৰ অবৈধ নিৰ্মাণত যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে উচ্ছেদ চলায়...

Read moreDetails

দদৰাত বেংকৰ সন্মুখৰ পৰা CRPF জোৱানৰ পৰা ডকাইতে লুটিলে ৪ লাখ টকা

কামৰূপৰ দদৰাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। দদৰা ষ্টেট বেংকৰ সন্মুখৰ পৰা পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে এহাল...

Read moreDetails

অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰাৰ বিৰোধীতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৰ অধীনত থকা গুৱাহাটীৰ প্ৰায় ৫৮ বিঘা মাটি প্ৰায় ১০০ কোটি টকাৰ বিনিময়ত ৯৯ বছৰৰ বাবে লীজত...

Read moreDetails
Page 1687 of 6160 1 1,686 1,687 1,688 6,160

Stay Connected

Recent News