উত্তৰ-পূব

জুবিনক ন্যায় প্ৰদানত চৰকাৰৰ গাফিলতিৰ অভিযোগ: ফাষ্ট-ট্ৰেক আদালতৰ দাবীত অসম জাতীয় পৰিষদৰ সত্যাগ্ৰহৰ হুংকাৰ

ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 'জুবিন গাৰ্গৰ'ৰ হত্যাৰ ন্যায় প্ৰদানত চৰম গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।...

Read moreDetails

গোৱালপাৰাৰ পৰা উচ্ছেদিত পৰিয়ালৰ মৌলিক সা-সুবিধা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

গোৱালপাৰা জিলাৰ হাছিলা বিল অঞ্চলত যোৱা বৰ্ষৰ জুন মাহত চলোৱা উচ্ছেদ অভিযানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক...

Read moreDetails

ডুমডুমাৰ নলনী সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তৰ অগ্নিসংযোগ: জাহ গ’ল লাখ টকীয়া হোলোং গছৰ পুলি

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা নলনী সংৰক্ষিত বনাঞ্চলখন বৰ্তমান ক্ৰমান্বয়ে ধ্বংসৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ...

Read moreDetails

শিক্ষানুষ্ঠানৰ বাছৰ নামত ৰাজ্যত চলিছে কি? পৰিবহণ বিভাগৰ চৰম গাফিলতি উদঙালে কেগৰ প্ৰতিবেদনে

নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰি ৰাজ্যৰ পৰিবহণ বিভাগে ২০১৯-২৪ বৰ্ষৰ ভিতৰত অসমৰ আঠখন জিলাত 'শিক্ষানুষ্ঠানৰ বাছ'ৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে 'ঠিকাভিত্তিক পৰিবহণ'ৰ (কণ্ট্ৰেক্ট...

Read moreDetails

হাতীৰ দ্বাৰা নগাঁও জিলাৰ ৰূপহীহাটত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ৰূপহীহাটত থকা লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ শেহতীয়াকৈ বন বিভাগে এক ব্যাপক উচ্ছেদ অভিযান চলাইছে। অভয়াৰণ্যখনৰ পূব...

Read moreDetails

লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ: হিজবুল্লাহৰ শীৰ্ষ নেতাকে ধৰি ১০ জন নিহত, ৫০ জন আহত

শুকুৰবাৰে লেবাননৰ বেকা উপত্যকাত ইজৰাইলৰ বিমান আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ৫০ জন আহত হোৱাৰ কথা সংবাদ...

Read moreDetails

নাইজেৰিয়াত সশস্ত্ৰ উগ্ৰপন্থীৰ নিৰ্বিচাৰ আক্ৰমণত নিহত কমেও ৫০ জন; অপহৃত বহু শিশু-মহিলা

পুনৰ অশান্ত হৈ পৰিছে নাইজেৰিয়া। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি নাইজেৰিয়াত সশস্ত্ৰ উগ্ৰপন্থীৰ নিৰ্বিচাৰ আক্ৰমণত কমেও ৫০ জন লোক...

Read moreDetails

৩৩ টি শিশুৰ ওপৰত নৃশংস যৌন নিৰ্যাতন! দম্পতীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিলে আদালতে

উত্তৰ প্ৰদেশৰ বান্দাৰ আদালতে ৩৩টি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এহাল দম্পতীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত...

Read moreDetails

পাঁচ বছৰত নহ’ল, অসমক ‘বানমুক্ত’ কৰাৰ বাবে আৰু ৫ বছৰ সময় বিচাৰিলে অমিত শ্বাহে

ঠিক পাঁচ বছৰৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। সেই সময়ত তেওঁ আশ্বাস দিছিল যে...

Read moreDetails

দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত মৃত্যুক সাৱটিলে মণিপুৰৰ হিংসাত আহত বিজেপি বিধায়কে

মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যু ঘটিছে। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত তেওঁ আহত হৈছিল। তেতিয়াৰ পৰাই...

Read moreDetails
Page 188 of 6176 1 … 187 188 189 … 6,176

Stay Connected

Recent News