উত্তৰ-পূব

বাঁওপন্থাই আমুৱালে ! ‘বাঁওপন্থী উদাৰীকৰণেৰে’ কংগ্ৰেছলৈ কানহায়া কুমাৰে

অৱশেষত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া ত্যাগ কৰি আজি কংগ্ৰেছত যোগদান কৰিলে কানহায়া কুমাৰে। নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ...

Read moreDetails

দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে

আইপিএলৰ দ্বিতীয় পৰ্বত আজি দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে' অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে। ডুবাইৰ...

Read moreDetails

গোলাঘাটৰ বেঙেনাখোৱা ৰেল লাইনৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ

গোলাঘাট ল’ কলেজ ৰোডৰ গুঠু বাউৰী নামৰ ১৮ বছৰীয়া যুৱকজন যোৱা নিশাৰ পৰা সন্ধানহীন হৈ থকাৰ পাছত আজি পুৱা বেঙেনাখোৱা...

Read moreDetails

ঘোচখোৰ বিষয়াক কাৰাগাৰলৈ নিক্ষেপ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

হয় ঘোচ খোৱা বন্ধ কৰক, নহয় ঘোচ খাই কাৰাগাৰলৈ যাওক। এই সতৰ্ক বাণীৰে উচ্চতম ন্যায়ালয়ে পুনৰ চৰ্চালৈ আহিছে। উচ্চতম ন্যায়ালয়ে...

Read moreDetails

গুৱাহাটীত স্থাপন হ’ব মচলা পৰীক্ষাগাৰ কেন্দ্ৰ

মচলাৰ উচ্চ পৰীক্ষাৰ বাবে গুৱাহাটীত পৰীক্ষাগাৰ স্থাপন কৰিব অসম চৰকাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰে পৰীক্ষাগাৰৰ বাবে ভূমি আৱণ্টন কৰাৰ সিদ্ধান্ত লৈছে।...

Read moreDetails

পাঠশালাত ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ, জব্দ একাধিক এটিএম কাৰ্ড,সোণৰ গহনা

মঙ্গলবাৰে বালাজী আৰক্ষীয়ে এক অভিযানত চুৰিকে ধৰি একাধিক অপৰাধত অভিযুক্ত ৩ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে। বালাজী আৰক্ষীয়ে তিনিওজনৰ পৰা কেইবাটাও...

Read moreDetails

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব সকলো শ্ৰেণীৰ পাঠদান

ৰাজ্যত অনাগত দুৰ্গা পূজাৰ পিছতেই বিদ্যালয় সম্পূৰ্ণৰূপে খুলি দিয়া হ'ব। ১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ হ'ব। মঙ্গলবাৰে...

Read moreDetails

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদ এৰিলে নৱজোৎ সিং সিদ্ধুৱে

অন্ত পৰা নাই পঞ্জাৱ কংগ্ৰেছৰ ৰাজনৈতিক অস্থিৰতাৰ। এইবাৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতিপদৰ পৰা পদত্যাগ কৰিছে নৱজ্যোত সিং সিদ্ধুৱে। কংগ্ৰেছৰ অন্তৱৰ্তীকালীন মুৰব্বী...

Read moreDetails

কঁপাল ফুলিল কেপ্তেইন অমৰিন্দ্ৰৰ সিঙৰ ! হ’ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী!

পঞ্জাৱৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দ্ৰৰ সিঙে যোগ দিব বিজেপিত । এই কথা প্ৰকাশ পাইছে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ZEE...

Read moreDetails

গোলাঘাট তৰফাৎ গাঁৱত পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে গাঁওবাসীৰ প্ৰতিবাদ

গোলাঘাটৰ তৰফাৎ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত পঞ্চায়তত চলি থকা  দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ নামিল গঞা ৰাইজ। অভিযোগ অনুসৰি পঞ্চায়তৰ বিভিন্ন আঁচনি তথা জব...

Read moreDetails
Page 1977 of 6163 1 1,976 1,977 1,978 6,163

Stay Connected

Recent News