উত্তৰ-পূব

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ দৈনিক সংক্ৰমণৰ ঘটনা; বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা যথেষ্টখিনি বৃদ্ধি পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও...

Read moreDetails

দৰঙামেলাত ভয়ংকৰ মৰেল পুলিচগিৰীৰ ঘটনা; ঘন জংঘলত আৱদ্ধ কৰি দলবদ্ধ আক্ৰমণ যুৱকক

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত এক ভয়ংকৰ মৰেল পুলিচগিৰীৰ ঘটনা সংঘটিত হৈছে। কেইজনমান যুৱকে এজন যুৱকক...

Read moreDetails

গ্ৰেট ব্ৰিটেইনৰ সৈতে যুঁজ দিও মহিলা হকীত ব্ৰঞ্জ হেৰুৱালে ভাৰতে; টকি’অত হৃদয় জিনিলে দেশবাসীৰ

তীব্ৰ যুঁজ দিও ৰাণী ৰামপালৰ নেতৃত্বৰ ভাৰতীয় মহিলা হকী দলে অলপৰ বাবে টকিঅ' অলিম্পিকত পদকৰ বাবে বঞ্চিত হ’বলগা হ’ল। তৃতীয়...

Read moreDetails

এটা ফেচবুক পোষ্ট; চোৰে চুৰ কৰি নিয়া চাইকেল ঘূৰাই দি গ’ল বিধায়ক মৃণাল শইকীয়াক

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত বিধায়ক মৃণাল শইকীয়াৰ চাইকেলখন বিধায়ক আবাসৰ পৰাই কোনো লোকে লৈ যায়। তাৰ পাছতে বিধানসভাৰ অধ্যক্ষৰ...

Read moreDetails

বোকাখাতত সৰ্প দংশনত লফাই কাৰ্ডঙৰ মৃত্যু; এন্টি ভেনমৰ অভাৱতেই প্ৰাণ দিব লগা হ’ল লোকজনে

বোকাখাতৰ সাপেখাতী গাওঁৰ বাসিন্দা লফাই কাৰ্ডঙৰ সৰ্প দংশনত মৃত্যু হয় ৷ বোকাখাতৰ ধনশিৰিমুখৰ সমীপৰ চহলা চাপৰিত কৰ্মৰত অৱস্থাত বুধবাৰৰ দিনা...

Read moreDetails

মেট্ৰিক পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত হুলস্থুলীয়া পৰিবেশ

ৰাজ্যজুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিতৰ্কৰ সূচনা হোৱাৰ মাজতে গোলাঘাটতো চহৰখনৰ অন্যতম শিক্ষানুষ্ঠান খ্ৰীষ্টিয়ান হাইস্কুলত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'য়।...

Read moreDetails

চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযানত পুনৰ জব্দ দুটা অবৈধ কাঠ ফলা মিল

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰেও বন বিষয়া শিৱাণী পেগু দলেৰ নেতৃত্বত...

Read moreDetails

গোলাঘাটত উদ্ধাৰ লাখ লাখ টকাৰ কম্বল; তদন্তৰ বাবে উপস্থিত দিশপুৰ আৰক্ষী

অৱশেষত গোলাঘাটত উদ্ধাৰ হোৱা বৃহৎ সংখ্যক কম্বলৰ তদন্ত কৰিবলৈ বৃহস্পতিবাৰে গোলাঘাটত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল। গোলাঘাটত যোৱা এসপ্তাহে অবিৰতভাৱে...

Read moreDetails

বিজেপিৰ ‘সেৱাই পঞ্চায়ত’ শীৰ্ষক নাগৰিক চনদক উভতি ধৰি কি ক’লে কংগ্ৰেছে?

অসমৰ বিজেপি চৰকাৰে মুকলি কৰা 'সেৱাই পঞ্চায়ত' শীর্ষক নাগৰিক চনদ সম্পৰ্কত কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক বিবৃতিত প্ৰদেশ কংগ্ৰেছে...

Read moreDetails

কৃষকলৈ সুখবৰ; কামৰূপৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঠাল

কামৰূপ জিলাৰ কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰি  ২.৫ মেট্ৰিকটন মাটিকঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়৷ তেলেংগনা ৰাজ্যৰ চেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা...

Read moreDetails
Page 2051 of 6164 1 2,050 2,051 2,052 6,164

Stay Connected

Recent News