উত্তৰ-পূব

কেৱল মানৱ শৰীৰতে নহয়, জন্তুৰ শৰীৰতো কৰোনাৰ সংক্ৰমণ : কেবাটাও সিংহ আক্ৰান্ত; ক’ত?

দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন্য জন্তুৰ শৰীৰতো ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ...

Read moreDetails

‘ৰাইজৰ দলৰ বাবে নহয়, দুৰ্বল ৰণনীতিৰ বাবেই পৰাজিত হৈছে কংগ্ৰেছ’; ভাস্ক’ ডি শইকীয়া

মহাজোটৰ পৰাজয়ৰ কাৰণ ৰাইজৰ দল নহয় বুলি এক সংবাদমেল যোগে দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই। কংগ্ৰেছ...

Read moreDetails

গোলাঘাটৰ কোভিড পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ; এই পৰ্যন্ত মৃত্যু ৫ আক্ৰান্তৰ

সমগ্র ৰাজ্যত এতিয়া কোভিড-১৯এ লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। একেদৰে গোলাঘাটতো ক্ৰমে বাঢ়িছে আক্ৰান্ত...

Read moreDetails

গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ’ব ক’ভিড-১৯ৰ ভেকচিন

অসমৰ সাংবাদিকক কোভিডৰ প্ৰথমশাৰীৰ যুদ্ধা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কোৱা...

Read moreDetails

নিৰ্বাচনত পৰাজিত অভিনেত্ৰীক ‘নগৰৰ নটী’ আখ্যা বংগৰ বিজেপি নেতা তথাগত ৰায়ৰ, বিতৰ্কৰ সূত্ৰপাত

অভিনেত্ৰী তথা দলৰ পৰাজীত প্ৰাৰ্থীসকলৰ প্ৰতি অশালীন মন্তব্যৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ভিন ভিন...

Read moreDetails

ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা : কাইলৈ পৰা বলৱৎ হ’বলগীয়া নিৰ্দেশনাত কি কি আছে ? জানিবলৈ পঢ়ক…

ৰাজ্যত কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য প্রশাসনে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই...

Read moreDetails

আজৱ! দৰাই নেওতা মুখস্থ মাতিব নোৱাৰাৰ বাবে মাল্যবৰণ নকৰি বিবাহস্থলী ত্যাগ কৰিলে কইনাই, ক’ত?

বিয়াস্থলী হৈ পৰিল গণিতৰ পৰীক্ষা! লোৱা হ'ল দৰাৰ নেওতাৰ জ্ঞান। খোদ কইনাই দৰাক ল'লে এই পৰীক্ষা। দৰাই নোৱাৰিলে নেওতা মুখস্থ...

Read moreDetails

১৫ মে’ পৰ্যন্ত লকডাউন বলৱৎ কৰা হ’ব বিহাৰত, মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘোষণা

১৫ মে' পৰ্যন্ত সম্পূৰ্ণ পৰ্যায়ৰ লকডাউন বলৱৎ কৰা হৈছে বিহাৰত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে এই কথা ঘোষণা কৰিছে। এটা...

Read moreDetails

নিজপুত্ৰকে বিক্ৰী কৰি দিলে এজন লোকে! নতুন পত্নীৰ স’তে গোটেই দেশ ফুৰিল বিক্ৰী কৰি পোৱা টকাৰে, ক’ত?

নিজৰ সন্তানকে বিক্ৰী কৰি দিলে এগৰাকী লোকে। বিক্ৰী কৰি পোৱা টকাৰে ফুৰিবলৈ গুছি গ'ল লোকজন। আজৱ এই ঘটনাটো সংঘটিত হৈছে...

Read moreDetails

টুইটাৰে কৰিলে চিৰদিনলৈ নিষেধাজ্ঞা! ইনষ্টাগ্ৰামত কন্দনামুৱা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাৰ

এতিয়াৰে পৰা কোনোদিনেই টুইটাৰযোগে উদ্ভট মন্তব্য আৰু ঘৃণা বিয়পাব নোৱাৰিব কংগনা ৰানাৱটে। শেহতীয়াকৈ ধাৰবাহিকভাৱে বিতৰ্কিত টুইটেৰে চৰ্চিত হোৱা বলিউডৰ অভিনেত্ৰীগৰাকীৰ...

Read moreDetails
Page 2283 of 6169 1 2,282 2,283 2,284 6,169

Stay Connected

Recent News