ৰে’ল পৰিচালনত সুৰক্ষা অধিক উন্নতকৰণৰ অৰ্থে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই আৰু এটি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অলপতে গুৱাহাটী কোচিং ডিপোই...
Read moreDetailsযোৱা ৬ ফেব্ৰুৱাৰি তাৰিখে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ'ল আৰু...
Read moreDetailsইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাকী থকা দুখন টেষ্টৰ এখনত জয়ী আৰু আনখন ড্ৰ কৰিব পাৰিলেই টীম ইণ্ডিয়াই জুলাইত লৰ্ডচত...
Read moreDetailsচুইডিছ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুলকিট ব্যৱহাৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংগালুৰুৰ ২২ বৰ্ষীয় পৰিৱেশকৰ্মী দিশা ৰবিক জামিন প্ৰদান...
Read moreDetailsশেহতীয়াকৈ এটা সাক্ষাৎকাৰত বলিউডৰ জনপ্ৰিয় অভিনেতা ইমৰাণ হাছমিয়ে চিনেমা উদ্যোগটোক লৈ নিজৰ মনোভাৱ পোষণ কৰিছে। নিজকে বলিউডৰ জাকজমকতাৰ পৰা নিলগাই...
Read moreDetailsঅসমৰ ৰাজধানী হিচাপে দিছপুৰ সমষ্টিটোৰ গুৰুত্ব সৰ্বাধিক। দিছপুৰত থাকিয়েই কোনে দখল কৰিব দিছপুৰ সমষ্টি? এই প্ৰশ্নই বিশেষ চৰ্চা লাভ কৰে...
Read moreDetailsবিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰজ আধানম ঘেব্ৰেয়েচুচে বিশ্বৰ চহকী দেশসমূহলৈ ক’ভিড ভেকচিন সম্পৰ্কে এটা গোহাৰি প্ৰেৰণ কৰিছে। বিশ্বজোৰা এটা ক’ভিড...
Read moreDetailsমংগলবাৰে বিশিষ্ট কবি তথা সমাজকৰ্মী ভাৰাভাৰ ৰাৱৰ জামিন মঞ্জুৰ কৰিছে বুম্বে উচ্চ ন্যায়ালয়ে। বুম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে চিকিৎসাজনিত কাৰণত...
Read moreDetailsগুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে গোচৰ তৰিলে গুৱাহাটীৰ ভেটাপাৰাৰ এজন লোকে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সমিতিয়ে আলফা(স্বা)ৰ সংবাদমেল আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ...
Read moreDetailsকানাডাৰ সংসদে চীনৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহিত কৰিছে যে চীনে দেশখনৰ সংখ্যালঘু সম্প্ৰদায় উইঘূৰসকলৰ ওপৰত অত্যাচাৰ কৰি আহিছে। পশ্চিম চীনৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd