উত্তৰ-পূব

যোৰহাটত নিজ বাহনত মৃত অৱস্থাত উদ্ধাৰ লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাক

লোকনিৰ্মাণ (ভৱন)ৰ কনিষ্ঠ অভিযন্তা বিৰাজ দাসক শনিবাৰে নিজ বাহনতে ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। যোৰহাটৰ গড়মূৰৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ...

Read moreDetails

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা ৰমেন দত্তৰ দেহাৱসান

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনাজাত অভিনেতা তথা ভাওনা শিল্পী ৰমেন দত্তৰ শনিবাৰে যোৰহাটৰ পতিয়া গাঁৱৰ নিজ গৃহত দেহাৱসান ঘটিছে। দীৰ্ঘদিনধৰি অসুস্থ...

Read moreDetails

৯৩০লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ...

Read moreDetails

অপৰাধ অনুসন্ধান শাখাই গহপুৰৰ বাতমাৰিৰ পৰা আটক কৰে ১ কুখ্যাত গড় চিকাৰীক

বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযান কাৰী দলে অভিযান চলাই গহপুৰৰ বাতমাৰিত আটক কৰে এজন গঢ়...

Read moreDetails

ৰঞ্জিত দাসৰ বিপৰীত স্থিতিত হিমন্ত! : বাঘবৰ-জনীয়া-জলেশ্বৰলৈ ২১ ত কিয় ভোট বিচাৰি নাযায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

সংখ্যালঘু ভোট নোলোৱাকৈয়ে চৰকাৰ গঠন কৰিব নেকি বিজেপিয়ে? ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঘবৰ-জনীয়া দক্ষিণ শালমৰা আৰু জলেশ্বৰলৈ ভোট বিচাৰি...

Read moreDetails

কয়লা ট্ৰাকৰ মালিকৰ পৰা কোটি কোটি টকা লাভ কৰে অসমৰ একাংশ কাকত আৰু টিভি চেনেলে : আৰএছএছৰ স্বীকৃত সাপ্তাহিকৰ চাঞ্চল্যকৰ দাবী

২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনলৈ ৰাজনৈতিক দলবোৰে টঙালি বন্ধাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হোৱা এক পৃষ্ঠাৰ ধন বিতৰণৰ এখন মিডিয়া...

Read moreDetails

মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে শীঘ্ৰে গঠন কৰিব স্বায়ত্ত শাসিত পৰিষদ: মুখ্য মন্ত্ৰী সোণোৱাল

“বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্বায়িত্ব লোৱাৰে পৰা অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আপোচ কৰা নাই আৰু নকৰে। যেতিয়ালৈকে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ...

Read moreDetails

প্ৰধানমন্ত্ৰী মোদীয়ে দেশত শুভাৰম্ভ কৰিলে সামুদ্ৰিক বিমান সেৱাৰ : শীঘ্ৰেই অসমতো শুভাৰম্ভ হ’ব এই সেৱা!

ভাৰতবৰ্ষত প্ৰথমবাৰ বাবে আৰম্ভ হ’ল সামুদ্ৰিক বিমান সেৱাৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমদাবাদৰ সাৱৰমতী ৰিভাৰফ্ৰণ্ট আৰু কাৱেৰী নদীৰ ষ্টেটু...

Read moreDetails

‘লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলে আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ কৰিছিল’ : মুখ্যমন্ত্ৰী সোণোৱাল

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি উদ্যাপিত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি ডিব্ৰুগড়ৰ উপাযুক্ত কাৰ্যালয়ৰ সভা কক্ষত...

Read moreDetails

বজাৰত পিয়াঁজ-আলুৰ জুই-ছাই দাম : মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, পিছে কি কি এই পদক্ষেপ?

বজাৰত পিয়াঁজ-আলুৰ লগতে শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলাইছে। লকডাউনৰ পিছত নিম্ন আয় আৰু মধ্যবিত্তসকলৰ জীৱন জীৱিকাৰ ওপৰত এই...

Read moreDetails
Page 2866 of 6179 1 … 2,865 2,866 2,867 … 6,179

Stay Connected

Recent News