উত্তৰ-পূব

গ্লাইডাৰ ভাঙি নৌসেনাৰ দুই বিষয়াৰ মৃত্যু : তদন্তৰ নিৰ্দেশ দক্ষিণ নৌসেনা কামাণ্ডৰ

দেওবাৰে পুৱা কেৰেলাৰ কোচিত গ্লাইডাৰ ভাঙি মৃত্যু ঘটিছে দুগৰাকীকৈ নৌসেনা বিষয়াৰ। ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা জনোৱা মতে নৌসেনাৰ মৃত বিষয়া...

Read moreDetails

কৰ’না ভাইৰাছত পুনৰ ৯৪০ গৰাকীৰ মৃত্যু; দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬৫ লাখ অতিক্ৰম

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ১,০৭,৭৮২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৭৫,৮২৯ গৰাকী লোকৰ...

Read moreDetails

‘কন্যা সন্তানক নীতিশিক্ষা দিলেই ধৰ্ষণ কমিব’; বিতৰ্কিত মন্তব্য বিজেপি বিধায়কৰ

উত্তৰ প্ৰদেশৰ হাথৰাছৰ দলিত তৰুণীৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডই দেশ তোলপাৰ লগাই থকাৰ সময়তে এক বিতৰ্কিত মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী...

Read moreDetails

অত্যন্ত উদ্বেগজনক অৱস্থাত আছিল ডোনাল্ড ট্ৰাম্প; পৰৱৰ্তী ৪৮ঘন্টা গুৰুত্বপূৰ্ণ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুকুৰবাৰে অত্যন্ত উদ্বেগজনক অৱস্থাৰ মাজেৰে পাৰ কৰিছে। শাৰীৰিক দিশৰ পৰা অহা ৪৮ ঘন্টা তেওঁৰ বাবে অতি...

Read moreDetails

আদিত্যনাথৰ ৰাজ্যত আৰু এগৰাকী দলিত কিশোৰী খণ্ডিত মৃতদেহ উদ্ধাৰ : ধৰ্ষণ কৰি হত্যাৰ কৰা সন্দেহ পৰিয়ালৰ!

উত্তৰ প্ৰদেশৰ হাথৰাছ আৰু বলৰামপুৰৰ দলিত তৰুণীৰ গণধৰ্ষণ আৰু হত্যাৰ কঁপনি মাৰ নৌযাওঁতেই ৰাজ্যখনৰ কাণপুৰত উদ্ধাৰ হৈছে আন এগৰাকী দলিত...

Read moreDetails

দিল্লীত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা ৪জন কাশ্মিৰী যুৱকক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ পৰা ৪জন কাশ্মিৰী যুৱকক ৰাজধানীখনত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। এটা বিবৃতিত আৰক্ষীয়ে...

Read moreDetails

প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ এজন প্ৰেমিক

নিজ প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত দিল্লীৰ এগৰাকী প্ৰেমিকক অসমৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে। সতীশ কুমাৰ নামৰ ২৮ বছৰীয়া যুৱকজনক ডিব্ৰুগড়ৰ...

Read moreDetails

দিল্লীৰ বেটিং পৰাক্ৰমৰ সন্মুখত নতি স্বীকাৰ কলকাতাৰ; সফল নহ’ল মৰ্গান-ত্ৰিপাঠীৰ প্ৰচেষ্টা

শ্বাৰজাহত খেলোৱা আইপিএলৰ এখন উত্তেজনাপূৰ্ণ খেলত শনিবাৰে দিল্লী কেপিটেলছে কলকাতা নাই ৰাইডাৰ্ছক ১৮ৰাণ পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে...

Read moreDetails

নগাঁও-কাৰ্বিআংলঙৰ সীমান্তৱৰ্ত্তী ৰাইজৰ বাবে সুখবৰ : হাতীৰ খাদ্যৰ বাবে বনভূমিৰ মুকলি ঠাইত ঘাঁহ ৰোপণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্ত্তী অঞ্চলত সুদীৰ্ঘ দিন ধৰি বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ বাধ্য হোৱা ভুক্তভোগী লোকসকলৰ বাবে এক আশাৰ...

Read moreDetails

তামিলনাডুত অসমৰ যুৱতীক ধৰ্ষণ : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ, অন্য তিনি অভিযুক্ত পলাতক

তামিলনাডুত গণ ধৰ্ষণৰ বলি হৈছে অসমৰ এগৰাকী ২২ বছৰীয়া যুৱতী। ইতিমধ্যে এই ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগত তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ...

Read moreDetails
Page 2965 of 6180 1 … 2,964 2,965 2,966 … 6,180

Stay Connected

Recent News