উত্তৰ-পূব

সুখবৰ! : EMI স্থগিতকৰণৰ ম্যাদ ২ বছৰ বৃদ্ধি কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ

ঋণ পৰিশোধ কৰিবলৈ থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে! বেংকৰ ঋণ পৰিশোধৰ স্থগিতকালৰ ম্যাদ আৰু দুবছৰ বাবে বৃদ্ধি হ’ব পাৰে!...

Read moreDetails

পিপিই কীট পিন্ধি তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে

পিপিই কীট পৰিধান কৰি পৃথকে পৃথকে কোভিড-১৯ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

Read moreDetails

বেহাৰবাৰী আউট পোষ্টৰ কে কে-মোহন কোভিড-১৯ ত আক্ৰান্ত

ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিকৰ বেহবাৰী আউট পোষ্টৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দ্বীপজ্যোতি কেওট কোভিড-১৯ত আক্ৰান্ত...

Read moreDetails

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন পুনৰ গঠন

আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক সমিতি পুনৰ গঠন কৰা হয়। মাৰ্ঘেৰিটাস্থিত শিশু ভৱন স্কুল...

Read moreDetails

মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰ সন্থাৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী...

Read moreDetails

যোগী চৰকাৰক মোক্ষম আঘাত এলাহাবাদ হাই কোৰ্টৰ : ডাঃ কাফিলৰ গ্ৰেপ্তাৰ বেআইনী ঘোষণা

যোগী আদিত্যনাথ চৰকাৰক মোক্ষম আঘাত দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। চিকিৎসক ডাঃ কাফিল খানৰ গ্ৰেপ্তাৰ বেআইনী ঘোষণা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। আনকি...

Read moreDetails

বজালীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শিঙিমাৰী পঞ্চায়তত উত্তাল পৰিবেশ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন কেলেংকাৰিৰ ঢৌৱে উত্তাল কৰি ৰাখিছে বজালী। সোমবাৰে ডুমুৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সম্পাদকক কাৰ্য্যালয়ৰ ভিতৰত...

Read moreDetails

খটীয়া পহুৰ মাংস বিক্ৰী কৰি থকা চাৰিজন লোকক আটক কৰিলে বন বিভাগে

কটাছালি আৰু চন্দ্ৰপুৰ কেম্পৰ বনকৰ্মীয়ে মঙলবাৰে পুৱা এক অভিযান চলাই খটীয়া পহুৰ (হগ ডিয়াৰ)মাংস বিক্ৰী কৰি থকা চাৰিজন লোকক আটক...

Read moreDetails

কিমান টকাৰ ধাৰ আছে বৰ্তমান ৮০০কোটি টকাৰ গৰাকী মহেন্দ্ৰ সিং ধোনীৰ?

চলিত বর্ষৰ মার্চ মাহলৈকে হিচাপ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আনুমানিক সম্পত্তিৰ পৰিমান হৈছে ৮০০কোটি টকা।...

Read moreDetails

আপুনিও পাব নেকি অৰুণোদয় আঁচনিৰ সুবিধা? সদনত কি জনালে মন্ত্ৰী হিমন্তই?

অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া অৰুণোদয় আঁচনিৰ সুবিধা আপুনিও লাভ কৰিব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিবেশনৰ দ্বিতীয়...

Read moreDetails
Page 3077 of 6181 1 … 3,076 3,077 3,078 … 6,181

Stay Connected

Recent News