উত্তৰ-পূব

নৱেম্বৰৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা-সংস্কৃত টোল : মন্ত্ৰী হিমন্তৰ ঘোষণা

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা আৰু সংস্কৃত টোল। সদনৰ মজিয়াত এই ঘোষণা কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব...

Read moreDetails

শিৱসাগৰৰ ৰূপৰেখা বৰুৱাৰ লগতে ৩০ গৰাকী সাংস্কৃতিক কৰ্মীলৈ ‘ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড ২০২০

দিহা নামৰ লগতে অন্যান্য লোকসংগীতৰ চৰ্চা কৰি থকা শিৱসাগৰ জিলাৰ কোঁৱৰবাৰীচোৱা গাঁৱৰ ৰূপৰেখা বৰুৱালৈ আগবঢ়োৱা হৈছে পঞ্চম সংখ্যক ভাৰতৰত্ন ড০...

Read moreDetails

‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব’ : প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষজ্ঞৰ চিঠি

‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব।’ এইদৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে দেশৰ এদল বিশেষজ্ঞই। উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনা দিয়া...

Read moreDetails

আই পি এল-২০২০ ত কোভিড পৰীক্ষাৰ বাবে বি চি চি আইয়ে ব্যয় কৰিব ১০ কোটি টকা

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত কৰিবলৈ বিচৰা আই পি এল-২০২০ত খেলুৱৈ সকলৰ লগতে প্ৰতিটো দলৰ...

Read moreDetails

চামগুৰিত গাওঁ পঞ্চায়তৰ সভাত কংগ্ৰেছ, বিজেপি সমৰ্থকৰ মাজত খণ্ড-যুদ্ধ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে, সিমানেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে৷ প্ৰাক্তন...

Read moreDetails

নেতৃত্বকেন্দ্ৰিক নহয়; এইবাৰ ক’ৰ’ণাকেন্দ্ৰিক উলম্ব বিভাজন কংগ্ৰেছত!

নেতৃত্বকেন্দ্ৰিক সংঘাতে ইতিমধ্যে জুৰুলা কৰা কংগ্ৰেছত এতিয়া মাৰাত্মক ক’ৰ’ণা ভাইৰাছক লৈ সৃষ্টি হৈছে বিভাজনৰ ৰাজনীতি। কোনোৱে যদি কোভিড-১৯ ভাইৰাছক উপেক্ষা...

Read moreDetails

বোকাখাতৰ পঞ্চায়তত PMAYৰ কেলেংকাৰি: ঠিকাদাৰৰ হাতত সৰ্বস্বান্ত দৰিদ্ৰ হিতাধিকাৰী

বোকাখাত বিধানসভা সমষ্টিৰ মিত্ৰজোঁট বিজেপি আৰু অসম গণ পৰিষদৰ দখলত থকা গাওঁ পঞ্চায়তত সম্প্ৰতি অবাধ দুৰ্নীতি চলিছে৷ এই দুৰ্নীতিৰ এলানি...

Read moreDetails

আগন্তুক ২৪ ঘণ্টাত অসমকে ধৰি উত্তৰ-পূবত হ’ব পাৰে প্ৰবল বৃষ্টিপাত

আগন্তুক ২৪ ঘণ্টাত অসমৰ বিভিন্ন জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ৱেডাৰ.কমত প্ৰকাশিত বাতৰি অনুসৰি আগন্তুক ২৪ ঘণ্টাত অৰুণাচলপ্ৰদেশ, অসম,...

Read moreDetails

‘গেৰুৱা বসন পৰিহিত মানসিক বিকাৰগ্ৰস্ত সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক’ : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘গাত হালধীয়া কাপোৰ লৈ মানসিক বিকৃতি ঘটা সত্যৰঞ্জন বৰাক অনতিপলমে গ্ৰেপ্তাৰ কৰক।‘ এই দাবী তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ...

Read moreDetails

নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰৰ

প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰক মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়। ৰাজীৱ কুমাৰ মুখ্য নিৰ্বাচন...

Read moreDetails
Page 3076 of 6181 1 … 3,075 3,076 3,077 … 6,181

Stay Connected

Recent News