উত্তৰ-পূব

কোকৰাঝাৰত চিকিৎসালয়তে সন্তানৰ মাতৃ হ’ল দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলা; চিকিৎসা কৰ্মীক কৃতজ্ঞতা

কোকৰাঝাৰৰ ৰূপানাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলাই শুকুৰবাৰে সন্তান প্ৰসৱ কৰে। চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক আৰু নাৰ্চ সকলে গৰ্ভৱতী...

Read moreDetails

অৱশেষত বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰিলে পলাতক কোভিড পজিটিভ আলমিন শ্বেখক

বিশ্বনাথৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ২৩ জুলাইত পলায়ন কৰা কোভিড পজিটিভ আলমিন শ্বেখক শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰে। বিশ্বনাথৰ আমবাৰীত থকা এখন...

Read moreDetails

ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও; নিশা বোকাখাতত চাঞ্চল্য

নিজৰ গৃহ সমষ্টি বোকাখাতৰ দিচৈং পঞ্চায়তৰ লহৰে চাপৰিলৈ শুকুৰবাৰে বানসাহায্য আৰু বান পৰিস্থিতিৰ বুজ লবলৈ গৈছিল কৃষি মন্ত্ৰী অতুল বৰা...

Read moreDetails

অসমত ১১৩০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৯৮ শতাংশ

১১৩০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ৪১৭গৰাকী গুৱাহাটীৰ আৰু ১০৪গৰাকী কাছাৰ জিলাৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

Read moreDetails

ইষ্টানবুলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাগিয়া ছফিয়া ইছলামী নামাজৰ বাবে মুকলি

ইষ্টানবুলৰ ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাগিয়া ছফিয়াত শুকুৰবাৰে ইছলামধৰ্মীসকলৰ নামাজ অনুষ্ঠিত হয়। ১৫০০ বছৰ পুৰণি এই স্থানটো ১৯৩৪ চনৰে পৰা...

Read moreDetails

বৰপেটাত বান শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যত আঞ্চলিক দলক শক্তিশালী কৰাৰ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

শেহতীয়া বানপানীয়ে ভয়াবহভাৱে ক্ষতিগ্ৰস্থ কৰা বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল...

Read moreDetails

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণত পুনৰ ছয়গৰাকী লোকৰ মৃত্যু; মুঠ মৃতকৰ সংখ্যা ৭৬ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আজি পুনৰ ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে মৃত্যু হোৱা লোক ছয়গৰাকী হৈছে ক্ৰমে- কৰিমগঞ্জৰ হালিম...

Read moreDetails

ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষী জোৱানক নিলম্বন

গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম এগৰাকী কিশোৰক প্ৰহাৰ কৰা আৰক্ষীক নিলম্বন কৰা হৈছে। মহানগৰ উপ-আৰক্ষী আয়ুক্তই এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ...

Read moreDetails

বিনা চিকিৎসাই AMCHত পৰি আছে কন্যা, মুখ্য মন্ত্ৰীলৈ ফেচবুকত পত্ৰ পিতৃৰ

বিনা চিকিৎসাই এটি পাঁচ বছৰীয়া কণমানি পৰি আছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত। ফেচবুকত মুখ্য মন্ত্ৰীলৈ লিখা এখন চিঠিত এই গুৰুতৰ...

Read moreDetails

ভাৰতৰ প্ৰথটো কোভিড-১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ; দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ দেহত প্ৰথম প্ৰয়োগ

ভাৰতৰ প্ৰথমটো কোভিড-১৯ ভেকচিন কোভাক্সিনৰ আজিৰ পৰা মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে। শুকুৰবাৰে দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া লোকৰ শৰীৰত...

Read moreDetails
Page 3218 of 6183 1 … 3,217 3,218 3,219 … 6,183

Stay Connected

Recent News