উত্তৰ-পূব

ভূমি: অসম কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ, প্ৰত্যাহাৰৰ দাবী

অসম চৰকাৰৰ কেবিনেটে এখন অধ্যাদেশৰ জৰিয়তে ৰাজ্যত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কৃষিভূমি অকৃষিকাৰ্য্যলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ সদৌ অসম ছাত্ৰ...

Read moreDetails

ৰাজ্যত ক’ৰ’না মুক্ত লোকৰ সংখ্যা ৬০০০ অতিক্ৰম; আৰোগ্য লাভৰ হাৰ ৬৮ শতাংশলৈ বৃদ্ধি

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ মাজতে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুঠ ২৭৫ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ অন্তত সুস্থ...

Read moreDetails

কৰ’নাৰ প্ৰভাৱ : নিৰ্বাচনত ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি,কোভিড আক্ৰান্তলৈ পোষ্টেল বেলটৰ সুবিধা

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আমূল সংস্কাৰ সাধন কৰি এক বিশেষ নিৰ্দেশনা জাৰি কৰে। সেই মৰ্মে দেশৰ সমাগত নিৰ্বাচনবোৰত...

Read moreDetails

৬ জুলাইৰ পৰা জনসাধাৰণৰ বাবে পুনৰ মুকলি হ’ব দেশৰ স্মৃতিস্তম্ভ সমূহ

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ বাবে বন্ধ হৈ থকাৰ পাছত ভাৰতৰ সকলো ধৰণৰ স্মৃতিস্তম্ভ জনসাধাৰণৰ বাবে ৬ জুলাইৰ পৰা পুনৰ...

Read moreDetails

চৰকাৰে প্ৰতিগৰাকী নাগৰিকক ২,০০০ টকাকৈ দি আছে বুলি দাবী কৰা ভাইৰেল বাৰ্তা ভূৱা : পি আই বি

১ জুলাইৰ পৰা হোৱাটছএপকে ধৰি বিভিন্ন সামাজিক মাধ্যমত কেন্দ্ৰ চৰকাৰে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক ২০০০ টকাকৈ সাহায্য আগবঢ়োৱা আৰম্ভ কৰিছে বুলি...

Read moreDetails

ৰাছিয়াৰ সংবিধান সংশোধন: ২০৩৬লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব পুটিন

১৯৮০ৰ দশকৰ শীতল যুদ্ধৰ আগলৈকে বিশ্বৰ মহাপৰাক্ৰমী ৰাষ্ট্ৰ হৈ থকা ৰাছিয়াত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন। দেশখনৰ সংবিধান...

Read moreDetails

ভূমি: অসম চৰকাৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে টীয়কত আছুৰ প্ৰতিবাদ, দল-সংগঠনৰ প্ৰতিক্ৰিয়া

কৃষিভূমি অকৃষিজাত কামৰ বাবে সলনিৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেটৰ প্ৰস্তাৱত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। এই সিদ্ধান্তক খিলঞ্জীয়াবিৰোধী...

Read moreDetails

টীয়কত চাৰি লাইন যুক্ত ৰাস্তা নিৰ্মাণত এন এইচ আই ডি চি এলে গাফিলতি কৰাৰ অভিযোগ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ চি কে বি কলেজৰ পৰা কলিয়াপানী আৰু হাঁহচৰাৰ পৰা জাঁজী লৈকে চাৰি লাইনযুক্ত পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত...

Read moreDetails

অসম চৰকাৰৰ কৃষিভূমি বণিয়াৰ হাতলৈ হস্তান্তৰৰ কৌশলী সিদ্ধান্ত বাতিলৰ দাবী ডি ৱাই এফ আইৰ

চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণাযোগে অসমৰ কৃষি ভুমি অ-কৃষি কাৰ্যলৈ হস্তান্তৰ কৰিবলৈ যি সিদ্ধান্তৰ কথা ঘোষণা...

Read moreDetails

বিদেশৰ ভূমিত আই পি এল অনুষ্ঠিত কৰাৰ ইংগিত দিলে বি চি চি আইয়ে

বিদেশত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।...

Read moreDetails
Page 3309 of 6184 1 … 3,308 3,309 3,310 … 6,184

Stay Connected

Recent News