উত্তৰ-পূব

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন গাৰ্গ অনুৰাগী সমাজ। জুবিন...

Read moreDetails

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

অসম আৰু অসমীয়াৰ হৃদয়ৰ আপোন শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা, হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে কংগ্ৰেছ...

Read moreDetails

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই ভীতিগ্ৰস্ত কৰি তুলিছে অঞ্চলটো। নামব’ল আৰক্ষী থানাৰ অন্তৰ্গত নামব’ল সবাল লেইকাইৰ...

Read moreDetails

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে জুবিন গাৰ্গে! ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ যোৱা শিল্পীগৰাকীয়ে স্কুবা ডাইভিঙৰ...

Read moreDetails

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে।  অলপতে হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই...

Read moreDetails

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

"এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি... মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ'ল জুবিন।" আজি অসমৰ প্ৰত্যেকৰ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। তেওঁ সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰত লিখিছে –...

Read moreDetails

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

অসমীয়া সংগীতত এক নিজস্ব ধাৰা সৃষ্টি কৰা  অসমৰ জনপ্ৰিয় সংগীত শিল্পী গৰাকীক হেৰুৱাই শোকোত ভাগি পৰিছে সকলো। ভাৰতীয় বিদেশ মন্ত্ৰালয়ে...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিনৰ দেহাৱসানৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। শৰ্মাই লিখিছে- এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত… আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃতুৰ খৱৰ সহজে ল’ব পৰা নাই অনুৰাগীয়ে। গুণমুগ্ধৰ মাজত কান্দোনৰ ৰোল। স্কুভা ড্রাইভিং কৰিবলৈ গৈ সাগৰত...

Read moreDetails
Page 352 of 6179 1 … 351 352 353 … 6,179

Stay Connected

Recent News