উত্তৰ-পূব

কাইলৈৰ পৰা ‘মৌন’ আছু! পৃথকে প্ৰতিবাদৰ প্ৰয়োজনীয়তা আছেনে?

নিজৰ স্থিতিক লৈ অলৰ-অচৰ জুবিন গাৰ্গৰ অনুৰাগীসমাজ। দাবী মাত্ৰ এটাই- জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত হওক। জুবিনৰ অনুৰাগীসকলে...

Read moreDetails

গেৰুৱা বসনধাৰী ‘সন্ন্যাসী’ৰ যৌন কামনাৰ বলি ১৭ গৰাকী যুৱতী; পলাতক লম্পটৰ সন্ধানত আৰক্ষী

ভুৱা নম্বৰ প্লেট থকা বিলাসী গাড়ী। একাধিক মহিলাক নিৰ্যাতনৰ অভিযোগ। সংসাৰ ত্যাগ কৰা সন্ন্যাসী। তিনিটা কথাই একেবাৰে মিল নাখায় নহয়নে?...

Read moreDetails

বাংলাদেশৰ লেখিকা তচলিমা নাছৰিনৰ জুবিন গাৰ্গৰ সন্মানাৰ্থে প্ৰকাশিত বাংলা প্ৰবন্ধৰ অসমীয়া অনুবাদ

অসমৰ প্ৰায় ১৫ লাখ লোকে অশ্ৰুশিক্ত নয়নেৰে জুবিন গাৰ্গৰ কফিন লৈ গুৱাহাটীৰ ৰাজপথত পদযাত্ৰা কৰিলে। সকলো শিল্পীয়ে হয়তো এনে মৰম...

Read moreDetails

লজ্জাজনক! দুলীয়াজানৰ এখন চাহ বাগিচাত সংঘটিত হৈছে নাৰকীয় ঘটনা

প্ৰিয়শিল্পীক হেৰুৱাই শোকবিহ্বল হৈ থকাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়তে চাহ বাগিচাত এগৰাকী...

Read moreDetails

ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; কোন থাকিল দলত, বাদ পৰিল কোন?

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ দল ঘোষণা কৰা হ’ল। বিগত কিছুদিন ধৰি দলৰ...

Read moreDetails

অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ লাভ কৰি APS হৈছিল সন্দীপন গাৰ্গঃ তদন্তৰ দাবী অজাপ নেতা উদ্দীপ জ্যোতি গগৈৰ

কেনেকৈ EWS (অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণী) সংৰক্ষণ লাভ কৰি আৰক্ষীৰ উচ্চ পদত চাকৰি পাইছিল সন্দীপন গাৰ্গে? ইয়াৰ তদন্ত হ'ব লাগে...

Read moreDetails

জুবিন ‘প্ৰপঞ্চ’

মৃত্যুৰ পিছত হয়তো বহুতেই জুবিন গাৰ্গক নতুনকৈ আৱিস্কাৰ কৰিলে। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ লগে-লগে অসমত আৰম্ভ হোৱা জুবিন পূজা (Zubin cult)...

Read moreDetails

গুৱাহাটী বিমানবন্দৰ কৰ্মচাৰীৰ দাবী! ২৪ ছেপ্টেম্বৰত গুৱাহাটীত অৱতৰণ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই

 অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী তথা  মূল  অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা গুৱাহাটিত উপস্থিত হোৱাৰ খাবৰ পোৱা গৈছে। লোকপ্ৰিয়...

Read moreDetails

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত ৰিণিকি ভূঞা শৰ্মাৰ মুগা কাপোৰৰ ব্ৰেণ্ডৰ প্ৰমোচনঃ কংগ্ৰেছ মুখপাত্ৰৰ দাবী

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা নৰ্থ...

Read moreDetails

জুবিনৰ দুৰ্ঘটনাৰ দিনটোত ছিংগাপুৰত সাংস্কৃতিক অনুষ্ঠান হৈছিলনে? কি ক’লে তেজপুৰৰ পৰা যোৱা সাংস্কৃতিক দলৰ প্ৰতিনিধিয়ে?

চলিত মাহৰ ১৯ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰ তাৰিখলৈ ছিংগাপুৰৰ Suntec Convention and Exhibition Centreত অনুষ্ঠিত হ'ব লগা চতুৰ্থ North East...

Read moreDetails
Page 353 of 6189 1 … 352 353 354 … 6,189

Stay Connected

Recent News