উত্তৰ-পূব

প্ৰদ্যুত বৰদলৈ আৰু ৰূপজ্যোতি কুৰ্মীয়ে দলৰ দায়িত্ব লোৱাটো বিচাৰে দুলু আহমেদে

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে প্ৰায়ে সংঘাতত লিপ্ত হৈ অহা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদে এইবাৰ দলীয় নেতৃত্ব সলনিৰ দাবী...

Read moreDetails

প্ৰয়াত কবি চৈয়দ আব্দুল মালিকক মোগলৰ প্ৰেমিক সজোৱা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে গোচৰ

অসমৰ যশস্বী কবি, সাহিত্যক প্ৰয়াত চৈয়দ আব্দুল মালিক চাহাবৰ ‘’মই অসমীয়া" নামৰ অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিখ্যাত কবিতাটোৰ কিছু...

Read moreDetails

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড; ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতেই আজি পুৱা বোকাখাত নগৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয়। বোকাখাত...

Read moreDetails

দেশৰ ৫০ গৰাকী সাংবাদিকৰ শৰীৰত কোভিড১৯; কি ক’লে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে?

কালি সন্ধিয়ালৈকে দেশৰ ৫০ ৰো অধিক সাংবাদিকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তাৰে প্ৰায়সংখ্যেকই মহাৰাষ্ট্ৰৰ মুম্বাইৰ সাংবাদিক। ৫০ ৰো...

Read moreDetails

শিলচৰৰ যৌনকৰ্মীৰ বাবে NRC আৰু HIV তকৈ বিপদজনক ক’ৰ’না; ভৱিষ্যতক লৈ শংকিত যৌনকৰ্মীসকল

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে ল’কডাউন অব্যাহত আছে। ল’কডাউনকালীন সময়ত দেশৰ সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ কাৰ্যালয় বন্ধ থকাৰ লগতে দেশৰ...

Read moreDetails

গোৱালপাৰাত এদল শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টা; গান পৰিৱেশন কৰি ৰাইজক ক’ৰ’নাৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা

মহামাৰী ক'ৰ'নাক লৈ এতিয়া সমগ্ৰ বিশ্বতে আতংক৷ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমতো মহামাৰী ক'ৰ'নাৰ আতংকই বিৰাজ কৰিছে৷ এনে জটিল সন্ধিক্ষণত...

Read moreDetails

ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ কিনা বুলি ঘোষণা ফেইচবুকৰ

বাণিজ্যিক ক্ষেত্ৰখনৰ পৰা আহিছে এটা ডাঙৰ খবৰ। বিশ্বৰ জনপ্ৰিয় তথা ভাৰতত বহুলভাৱে ব্যৱহৃত ফেইচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ কিনা...

Read moreDetails

লকডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বিভিন্ন প্ৰয়াস জিলা প্ৰশাসনৰ

দেশজোৰা লকডাউনৰ সময়ছোৱাত মাজুলীৰ দুখীয়া পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ...

Read moreDetails

পাটনাৰ এজন ভিক্ষাৰীৰ মুখত সুমধুৰ ইংৰাজী গান, ভাইৰেল Video

পাটনাৰ এজন ভিক্ষাৰীয়ে গোৱা এটি সুমধুৰ ইংৰাজী গানৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিক্ষাৰীজনে এমেৰিকান গায়ক জিম ৰীভছৰ “He'll...

Read moreDetails

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বৰঙনি

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৭গৰাকীকৈ ন্যায়াধীশে মঙলবাৰে বৰঙনি আগবঢ়াইছে। পি এম কেয়াৰ্ছ পুঁজি, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজি আৰু...

Read moreDetails
Page 3573 of 6188 1 … 3,572 3,573 3,574 … 6,188

Stay Connected

Recent News