উত্তৰ-পূব

উন্নয়নমূলক আঁচনি সম্পৰ্কত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰাহিত্যত আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।...

Read moreDetails

মাৰ্ঘেৰিটাত আৰক্ষীৰ দ্বাৰা সাংবাদিকক প্ৰহাৰ ; তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ গৰিহণা

নাগৰিকত্ব (সংশোধিত) আইনৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অসম আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যক তিনিচুকীয়া জিলা সাংবাদিক সন্থাই কঠোৰ ভাষাৰে গৰিহণা...

Read moreDetails

উন্নাও নাবালিকা ধৰ্ষণ গোচৰত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ; ১৯ ডিচেম্বৰত শাস্তি ঘোষণা

উন্নাও ধৰ্ষণ কাণ্ডৰ দুবছৰ পাছত দোষী সাব্যস্ত হ’ল প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ। দিল্লীৰ তিচ হাজাৰি কোৰ্টে বিজেপিৰ প্ৰাক্তন বিধায়ক...

Read moreDetails

আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ মুক্তিৰ দাবীত ডিগবৈ থানাত উত্তপ্ত পৰিস্থিতি

আলোচনাপন্থী আলফা নেতা জিতেন দত্তসহ গ্ৰেপ্তাৰ কৰা চাৰিজন যুৱকক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ডিগবৈ থানা ঘেৰাও...

Read moreDetails

“সাজ-পোচাক চায়ে প্ৰতিবাদকাৰীক চিনিব পাৰি”, মোদীৰ “সস্তীয়া মন্তব্য”ক গৰিহণা

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ সাজ-পোচাক চায়ে কোন চিনিব পাৰি বুলি কৰা...

Read moreDetails

পথ দুৰ্ঘটনাত কাজিৰঙাৰ দিৰিঙত চিত্ৰশিল্পী প্ৰবীণ বৰাৰ মৃত্যু

বোকাখাতৰ দিৰিং চাৰিআলিত যোৱা নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰবীণ বৰা ওৰফে প্ৰীতি নামৰ এজন শিল্পীৰ মৃত্যু হয়। দিৰিং...

Read moreDetails

লণ্ডনৰ প্ৰবাসী অসমীয়াৰ প্ৰতিবাদক পাকিস্তান সমৰ্থনপুষ্ট প্ৰতিবাদ আখ্যা নৰেন্দ্ৰ মোদীৰ

সমগ্ৰ অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়ত এই আইন বাতিলৰ দাবীত শতাধিক প্ৰবাসী অসমীয়াই...

Read moreDetails

কা ২০১৯ প্ৰত্যাহ্বানকাৰী আৱেদনৰ শুনানিৰ বাবে মান্তি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব। সোমবাৰে ন্যায়ালয়ে এই নিৰ্দেশ...

Read moreDetails

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। দল-সংঠনৰ লগতে স্বতঃস্ফুৰ্তভাৱে ৰাইজ নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদ কৰিবলৈ ওলাই...

Read moreDetails

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে বোকাখাতত গোৰ্খা সন্মিলনৰ অৱস্থান ধৰ্মঘট

ৰাজ্যৰ লগতে সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদ অব্যাহত আছে। সমান্তৰালভাৱে আজি বোকাখাতত গোৰ্খা  সন্মিলনে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট...

Read moreDetails
Page 3923 of 6190 1 … 3,922 3,923 3,924 … 6,190

Stay Connected

Recent News