উত্তৰ-পূব

নগাঁৱত তথ্যচিত্ৰ নিৰ্মাণত ব্যস্ত প্ৰসিদ্ধ ছবি নিৰ্মাতা মাইক পাণ্ডে

গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডে বৰ্তমান ব্যস্ত অসমত। হাতী-মানুহৰ সংঘাতৰ ওপৰত দূৰদৰ্শনৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণৰ...

Read moreDetails

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা মাটিৰ দখলীস্বত্ব হস্তান্তৰ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে গড়মূৰৰ সমীপৱৰ্তী মাণিকাপথাৰত আবণ্টিত ১০০ বিঘা মাটিৰ দখল বুধবাৰে আনুষ্ঠানিকভাৱে চমজি লয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মাণিকাপথাৰত বিশ্ববিদ্যালয়ৰ...

Read moreDetails

বিয়া পাতিলে? পেঞ্চন লওক: মোদীৰ আঁচনি; চাওক আপোনাৰ পৰিয়ালে পাবনে

মোদী চৰকাৰে ভাৰতীয় দম্পতিসকলৰ বাবে শেহতীয়াকৈ দুখন নতুন বীমা আঁচনি আৰম্ভ কৰিছে। ৩০ বছৰৰ ঊৰ্ধ্বৰ বিবাহিত লোকে মাহে ১০০ টকাকৈ...

Read moreDetails

গোৱালপাৰাৰ ম’ৰেল পুলিচিং কাণ্ডত জড়িত আৰু চাৰিজনক গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত সংঘটিত ম’ৰেল পুলিচিঙৰ ঘটনাত জড়িত আৰু চাৰিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয়। বুধবাৰে পুৱতি...

Read moreDetails

“ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নবচায়”, কেব সম্পৰ্কত টি আৰ জেলিয়াং

ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কুপ্ৰভাৱৰ পৰা বচাব নোৱাৰে বুলি এটা মত দাঙি ধৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী...

Read moreDetails

প্ৰথমবাৰলৈ ‘জাতীয় নায়ক’ৰ গলত চেণ্ডেলৰ মালা আঁৰিলে আছুৱে

উচ্চতম ন্যায়ালয়ৰ কাষ চাপি ২০০৫ চনত আই এম ডি টি আইন বাতিল কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ‘জাতীয় নায়ক’...

Read moreDetails

“হত্যাৰ পৰা বাচিবলৈ মহিলাসকলে লগত কণ্ডম ৰাখিব লাগে আৰু ধৰ্ষণকাৰীক সহযোগ কৰিব লাগে”, : ডেনিয়েল শ্ৰৱণ

হায়দৰাবাদাত অলপতে এগৰাকী পশু চিকিৎসকক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে এজন চলচ্চিত্ৰ পৰিচালকে এই...

Read moreDetails

প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন চলি থকাৰ মাজতে অসমত অসমীয়াক ৰাজ্য ভাষা মানি লোৱা নহ’ব বুলি মন্তব্য কৰা প্ৰদীপ...

Read moreDetails

কেব পাছ কেন্দ্ৰীয় কেবিনেটৰ, দিল্লীত প্ৰতিবাদ

নৰেন্দ্ৰ মোদী কেবিনেটে বুধবাৰে নাগৰিকত্ব বিধেয়কত অনুমোদন জনোৱাৰ পিছতে আছুকে ধৰি অসমৰ আঠটা সংগঠনে নতুন দিল্লীত কেবৰ প্ৰতিলিপি দাহ কৰে।...

Read moreDetails

শিৱসাগৰত ফাঁচি কাঠত ওলমালে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ আৰু অতুল বৰাৰ প্ৰতীকী

আজি সংসদত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অনুমোদন জনোৱাৰ লগে লগেই সমগ্ৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবীদৰ ঢৌ দেখিবলৈ পোৱা...

Read moreDetails
Page 3953 of 6190 1 … 3,952 3,953 3,954 … 6,190

Stay Connected

Recent News