উত্তৰ-পূব

‘আপোনালোকে মোক ঘৃণা কৰে’

বুধবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নত স্পষ্টৰূপত বিৰক্ত হোৱা দেখা গ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি...

Read moreDetails

ছাউনীতে নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা আৰক্ষীৰ এজন জোৱানৰ

অসম আৰক্ষীৰ এজন জোৱানে আত্মহত্যা কৰাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ ভিতৰচৰাৰ লগতে সচেতন ৰাইজৰ মনত। মঙলবাৰে...

Read moreDetails

বিস্ফোৰণ চলাই অহা শিলৰ কুৱেৰী পৰিদৰ্শন নগাঁও বন বিষয়াৰ

নগাঁও জিলাৰ বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ ঢোল পাহাৰৰ শিলৰ মহলত...

Read moreDetails

প্ৰায় সাত বছৰৰ মূৰত ৰাজ্যত অনুষ্ঠিত হ’বলৈ গৈ আছে সাধাৰণ টেট

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে ৰাজ্যত অনুষ্ঠিত হ’ব নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ সাধাৰণ টেট। অলপতে প্ৰাথমিক টেট সম্পৰ্কীয়...

Read moreDetails

আৰক্ষীৰ বৃহৎ সফলতা : নলবাৰীত উদ্ধাৰ উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

কেইবামাহ পূৰ্বেই গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ মঙলবাৰে নিশা গোলাঘাট আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা উদ্ধাৰ কৰে। লগতে...

Read moreDetails

‘ৱান লিটল ফিংগাৰ’ ছবিৰে অসমলৈ গৌৰৱ কঢ়িয়ালে আমেৰিকা নিবাসী ৰূপম শৰ্মাই

আমেৰিকা নিবাসী যোৰহাটৰ সন্তান ৰূপম শৰ্মাই তেওঁৰ ‘ৱান লিটল ফিংগাৰ’ নামৰ চলচ্চিত্ৰখনৰ বাবে দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ফিচাৰ...

Read moreDetails

শুনানিত অংশ নলয় ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাই

উচ্চতম ন্যায়ালয়ে নিজাকৈ গঠন কৰা তদন্তত কমিটীৰ শুনানিত অংশ নলয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা উচ্চতম...

Read moreDetails

অক্টোবৰৰ আগত ‘জাইকা’ই মহানগৰবাসীলৈ যোগান ধৰিব খোৱাপানী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে জাইকাৰ দ্বাৰা ৰূপায়িত হৈ থকা বৃহত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ সামগ্ৰিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি...

Read moreDetails

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত বিহালীত অৱস্থান ধৰ্মঘট

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়ভাৱে সাংবাদিকৰ ওপৰত চলা আক্ৰমণ কাণ্ডৰ প্ৰতিবাদত মঙলবাৰে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বিহালীৰ বিভিন্ন দল সংগঠনৰ...

Read moreDetails

ওদালগুৰিত হাতীৰ গচকত প্ৰাণ গ’ল এজন যুৱকৰ

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত অৱস্থিত গাঁও সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সোমবাৰে নিশা জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত বনগুৰুমত হাতীৰ আক্ৰমণত থিতাতে...

Read moreDetails
Page 4503 of 6191 1 … 4,502 4,503 4,504 … 6,191

Stay Connected

Recent News