DMCA.com Protection Status

উত্তৰ-পূব

ছিকিম ‘গ্ৰীণ এম্বেছেডৰ’ৰ আনুষ্ঠানিক স্বীকৃতি বলিউড কণ্ঠশিল্পী মোহিত চৌহানক

ছিকিমৰ গ্ৰীণ এম্বেছেডৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহান। যোৱা ২১ জুনত এইগৰাকী কণ্ঠশিল্পীক ছিকিম চৰকাৰে...

Read more

বান- খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত বালিপৰাত আছু, অসম সেনাৰ ৰাজহুৱা মুণ্ডন

শোণিতপুৰৰ  বালিপৰা  অঞ্চলৰ ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি ৰখা বানপানী, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি বালিপৰাত আছু, অসম সেনা...

Read more

সেনাৰ অভিযানত তিনিচুকীয়াৰ বৰডুমচাত দুৰ্ধৰ্ষ এনএছচিএন(কে)ৰ কেডাৰ ধৃত

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী চকীৰ অন্তৰ্গত অসম- অৰুণাচল সীমান্তৱৰ্তী কৰৈজানত সেনাই এক  অভিযানত চলাই এটা দুৰ্ধৰ্ষ এএছচিএন(কে) কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ...

Read more

সাংসদ বিশ্বজিৎ দৈমাৰীৰ অনুদানেৰে সৰভোগত আশ্ৰম-কবৰস্থান চৌহদৰ দেৱালৰ আধাৰশিলা স্থাপন

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলা বিপিএফ দলৰ সম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত দলটোৰ সাংসদ, বিধায়ক তথা নেতা-কৰ্মীসকলে...

Read more

আজমলৰ আত্মীয়ৰ নামত ৰচিদ : ডিমৌত আৰক্ষীয়ে জব্দ কৰিলে চোৰাং সাঁচিকাঠ ভৰ্তি ট্ৰাক

আজি পুৱা ডিমৌ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি লক্ষাধিক টকাৰ চোৰাং সাঁচিকাঠ কঢ়িয়াই অনা এখন গাড়ী জব্দ কৰে। ৰাজ্যত গোপনে...

Read more

পৃথক বড়োলেণ্ড : আজি নতুন দিল্লীত এনডিএফবি(প্ৰ)ৰ সৈতে কেন্দ্ৰৰ মধ্যস্থতাকাৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা এনডিএফবি(প্ৰ)ৰ সৈতে আজি কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি...

Read more

তিনিচুকীয়াৰ ডিৰাকত ২০ জন সন্দেহজনক বাংলাদেশী আটক

সমগ্ৰ অসমতে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে সৰৱ হৈ থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তত স্থানীয় ৰাইজে ২০...

Read more

বৰপেটাৰোডত উদ্ধাৰ ১৫ শিশু-কিশোৰ; তিনিজন সৰবৰাহকাৰী আটক

অসমত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী চক্ৰ। দেওবাৰে বৰপেটাত তেনে এক চক্ৰক উৎখাট কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী প্ৰশাসন আৰু...

Read more

লেতেৰা : স্বচ্ছ সৰ্বেক্ষণৰ জৰীপত পুতৌজনকভাৱে ২৩ সংখ্যক স্থানত অসম

কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণৰ ওপৰত চলোৱা জৰীপ অনুসৰি অসমৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। ৰাজ্যভিত্তিক সমীক্ষাত গড় নম্বৰৰ তালিকাত অসমে ২৩ সংখ্যক...

Read more

২৪৪ টকা মজুৰি নিৰ্ধাৰণ ৰাজ্যৰ ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ

অসমৰ ক্ষুদ্ৰ চাহ বাগিচা সমূহত নিয়োজিত হৈ থকা চাহ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে প্ৰথমবাৰলৈ গ্ৰহণ কৰিছে কিছু আদৰণীয় পদক্ষেপ। চাহ...

Read more
Page 4593 of 5327 1 4,592 4,593 4,594 5,327

Recent News