উত্তৰ-পূব

বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ কেন্দ্ৰই ব্যৱহাৰ কৰিব বিচাৰিছে আছাম ৰাইফলছক : নেছ’

লোকসভা নিৰ্বাচনৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰ গৃহীত কৰাৰ লক্ষ্যৰে বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে আছাম...

Read moreDetails

নগাঁৱৰ দুজন সাংবাদিকক “সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ” চেক প্ৰদান

সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত শুকুৰবাৰে নগাঁৱত দুজন সাংবাদিকক চিকিৎসা সেৱা গ্ৰহনৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰা হয়।নগাঁও জিলা উপায়ুক্তৰ...

Read moreDetails

বিদেশী গৱেষকে চালেহি অভিনৱ পদ্ধতিৰে হাল নোবোৱাকৈ অসমৰ খেতিয়কে কৰা আলু খেতি

অসমৰ খেতিয়কে অভিনৱ পদ্ধতিৰে কৰা নতুন সঁচৰ আলু খেতিৰ মূল্যায়ন কৰিলে য়ুৰোপৰ পৰা অহা গৱেষকে। কলিয়াবৰৰ মাধতাৰি অঞ্চলৰ তোষেশ্বৰ বৰা,...

Read moreDetails

মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত শিৱসাগৰত কৃষকক অনুদান বিতৰণ

শিৱসাগৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে অসম চৰকাৰৰ এক অভিলাষী আঁচনি 'মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা'ৰ শুভ উদ্বোধন...

Read moreDetails

গোলাঘাটৰ চুলাই মদত বিষক্ৰিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মহিলাসহ কেইবাগৰাকী লোকৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰী গৰাকীয়ে...

Read moreDetails

অগপই আমাৰ লগত ডিভ’ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ’ব নোৱাৰে: কামাখ্যা প্ৰসাদ তাচা

'অগপই আমাৰ লগত ডিভ'ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ'বটো নালাগে।' এই মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাচাই।...

Read moreDetails

১০ বছৰত ৰাজ্যত ৭৫জন ৰহিংগীয়াক গ্ৰেপ্তাৰ, ৯জনকহে ঘূৰাই পঠোৱা হৈছে : হিমন্ত বিশ্ব

২০০৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যত গ্ৰেপ্তাৰ হৈছে মাত্ৰ ৭৫জন ৰহিংগীয়া। আৰু ইয়াৰে মাত্ৰ ৯জনকহে স্বদেশলৈ ঘূৰাই পঠোৱা হৈছে। ডিটেইনশ্যন কেম্পত...

Read moreDetails

অসম আৰক্ষীৰ পোচাকত বিলুপ্তিৰ গ্ৰাসত ইংৰাজী ভাষা

অসম আৰক্ষীৰ পোচাকৰ পৰা বিলুপ্ত হ’ব ইংৰাজী ভাষা! আৰক্ষী সঞ্চালকপ্ৰধান তথা সাহিত্যিক কুলধৰ শইকীয়াই অসম সাহিত্য সভাক শুকুৰবাৰে দিয়া “আশ্বাস”...

Read moreDetails

বিজেপি চৰকাৰে দুখীয়া হেণ্ডিমেনৰ পেটতো গোৰ শোধাবলৈ নেৰিলে!

বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটা সিদ্ধান্তৰ পাছত গুৱাহাটীত কেইবাশ শ্ৰমিক এতিয়া কৰ্মহীন হৈ পৰাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। কামৰূপ মহানগৰ...

Read moreDetails

ভাষাক লৈ শেনৰ এজাত সাহিত্য সভা, কাষ চাপিল আৰক্ষী সঞ্চালকপ্ৰধানৰ

ৰাজ্য ভাষা আইন অনুসৰি অসমত অসমীয়াকে ধৰি সংশ্লিষ্ট ভাষাসমূহৰ উপযুক্ত প্ৰয়োগৰ দাবীত সৰৱ হৈ অহা সাহিত্য সভা এইবাৰ কাষ চাপিছে...

Read moreDetails
Page 4685 of 6192 1 … 4,684 4,685 4,686 … 6,192

Stay Connected

Recent News