উত্তৰ-পূব

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শ্বিলঙৰ ৰাজপথৰ গণ সমাৱেশত চামিল মেঘালয়ৰ মন্ত্ৰী বিধায়ক

৩০ জানুৱাৰি বুধবাৰে শ্বিলঙৰ ৰাজপথত দেখা গ’ল এটা অগতানুগতিক দৃশ্য।  মেঘালয় ডেমক্ৰেটিক ফ্ৰণ্ট দলৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কেও ৰাজ্যখনত...

Read moreDetails

প্ৰৰোচনামূলক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাক

আছুৰ ধেমাজি জিলা গোটে অসমৰ বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ ধেমাজি ভ্ৰমণৰ...

Read moreDetails

আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ

'শিক্ষিত হলেই চৰিত্ৰৱান নহয়। চাৰিত্ৰিক শিক্ষা গ্ৰহণেহে চৰিত্ৰ গঠন কৰে। আধ্যাত্মিক আৰু নৈতিক জ্ঞানেৰে সমৃদ্ধ শিক্ষাৰ্থীসকলে সমাজৰ বিভীষিকাময় পৰিৱেশৰ অৱসান...

Read moreDetails

তিনিচুকীয়াত ৰাজপুতনা ৰাইফলছৰ চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

তিনিচুকীয়াত ৯ম ৰাজপুতনা ৰাইফলছে এটা  চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। ডাও ডিভিজনৰ পৃষ্ঠপোষকতাত এই চিকিৎসা শিৱিৰটোৰ আয়োজন কৰা হৈছে।...

Read moreDetails

সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে অসম? ভাৰত সন্দৰ্ভত অশনি সংকেত এমেৰিকান চোৰাংচোৱাৰ

নাগৰিকত্ব বিধেয়কক লৈ অসমৰ প্ৰতিবাদী খিলঞ্জীয়া সংগঠন আৰু শাসক বিজেপিৰ মাজত অতি শেহতীয়াকৈ সংঘাতে দেখা দিয়াৰ সময়তে ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষৰ...

Read moreDetails

মাৰণাস্ত্ৰসহ বিশ্বনাথ আৰক্ষীৰ জালত পৰিল কুখ্যাত গঁড় চিকাৰী আব্দুল

বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সফলতা। বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক যুটীয়া অভিযান চলাই দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮...

Read moreDetails

শিৱসাগৰত অনা-অসমীয়া ব্যৱসায়ীৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংঘাত

নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে শিৱসাগৰ নগৰত আজি অনা অসমীয়া ব্যৱসায়ীৰ হাতত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ...

Read moreDetails

‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ কাৰ্যালয় এৰি দীঘলীপুখুৰীৰ পাৰত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ

‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ অসম আন্দোলনৰ সময়ৰ এই শ্ল’গানেৰে  কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ। নাগৰিকত্ব সংশোধনী...

Read moreDetails

জনজাতিকৰণ নহয়, বিকল্প প্ৰস্তাৱ প্ৰধান মন্ত্ৰী মোদীক

অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ পৰিৱৰ্তে কেন্দ্ৰক এক বিকল্প প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্যৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতি চি চি তি অ’ এ’...

Read moreDetails

জনমতক আওকান কৰি বিধেয়ক গৃহীত হ’লে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

'জনমতক আওকান কৰি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ওলাইছে। এই জাতিধ্বংসী বিলখন যদি কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰে তেনেহলে ইয়াতকৈ...

Read moreDetails
Page 4747 of 6192 1 … 4,746 4,747 4,748 … 6,192

Stay Connected

Recent News