উত্তৰ-পূব

বিধেয়কৰ বিৰোধিতাত দল-সংগঠনৰ ব্যস্ততাৰ সুযোগ লৈ সোৱণশিৰি নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা জনাই প্ৰতিবাদী কাৰ্যসূচীত ব্যস্ত ৰাজ্যৰ সকলো দল-সংগঠন। ইয়াৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে স্থবিৰ হৈ...

Read moreDetails

হিমন্তক অধ্যক্ষ হিচাপে লৈ মন্ত্ৰী পৰ্য্যায়ৰ কমিটী গঠন; নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

  বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি কোৱা...

Read moreDetails

ক’লা পতাকাই লগ এৰা নাই মুখ্য মন্ত্ৰী সোণোৱালৰ; মাজুলীতো আজি ক’লা দিৱস ঘোষণা

ভোগালী বিহুৰ উৰুকাৰ দিনা আজি নিজা সমষ্টি মাজুলীত উপস্থিত হোৱাৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্মুখীন হ'ব লাগিব বিভিন্ন দল-সংগঠনৰ...

Read moreDetails

১৭ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা

অহা ১৭ জানুৱাৰিৰৰ পৰা ১৯ জানুৱাৰিলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল...

Read moreDetails

অসমীয়া ভাষাত অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

সমগ্ৰ ৰাজ্যতে জাতি ধ্বংসী নাগৰিকত্ব বিধেয়ক, ২০১৬ৰ বিৰোধিতা তথা এই বিধেয়ক বাতিলৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি হৈ থকাৰ মাজতে আজি...

Read moreDetails

জাতি ৰক্ষাৰ স্বাৰ্থত উৰুকা বৰ্জন কৰি আজিৰ পৰা অনশনত বহিব অখিল গগৈ

অসমীয়াৰ চেনেহৰ বিহু ভোগালী বিহুৰ আজি উৰুকাৰ দিনাই জাতীয় স্বাৰ্থত অনশনত বহিব কৃষক নেতা অখিল গগৈ। আজি দিনৰ ২ বজাৰ...

Read moreDetails

বিধেয়কৰ বিৰোধিতাৰ মাজতে ভোগালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী

নাগৰিকত্ব সংশোধনীয় বিধেয়ক ২০১৬ৰ বিৰোধিতাত সমগ্ৰ ৰাজ্যখনৰ পৰিবেশ উত্তাল হৈ আছে যদিও তাৰ মাজতে অসমীয়াৰ চেনেহৰ ভোগালী বিহুটোক আদৰাৰ ব্যাপক...

Read moreDetails

এইবাৰ নাটকৰ জৰিয়তে বোকাখাতত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এতিয়া উত্তাল ৰাজ্য৷ বিভিন্নজনে বিভিন্ন মাধ্যমেৰে বিৰোধিতা কৰা বিধেয়কখনৰ বিৰুদ্ধে নাটকৰ জৰিয়তে দেওবাৰে বোকাখাতত প্ৰতিবাদ...

Read moreDetails

উচ্চস্তৰীয় সমিতিৰ পৰা নাম উঠাই লোৱা সকলক আদৰণি অসম নাগৰিক সমাজৰ

চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসম ৰাইজক আভুৱা ভাঁৰিবলৈ সাংবিধানিক সুৰক্ষাৰ বাবে যি এখন উচ্চস্তৰীয় সমিতি গঠন কৰি...

Read moreDetails

বিশ্বনাথৰ পেট্ৰ’ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড; ছজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা

বিশ্বনাথত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা ডকাইতি কাণ্ড। বিশ্বনাথৰ এচ্চাৰ পেট্ৰ'ল পাম্পত আজি সন্ধিয়া প্ৰায় ৭ মান বজাত...

Read moreDetails
Page 4794 of 6192 1 … 4,793 4,794 4,795 … 6,192

Stay Connected

Recent News