উত্তৰ-পূব

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত জেপিচিয়ে দাখিল কৰা প্ৰতিবেদনখন আপুনি পঢ়িব বিচাৰে নেকি ?

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত জেপিচিয়ে দাখিল কৰা প্ৰতিবেদনখন আপুনি পঢ়িব বিচাৰে নেকি ? জেপিচিয়ে সংসদত দাখিল কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক...

Read moreDetails

যোৰহাটত ক্ৰিকেটৰ বাবে ৰঙাঘৰৰ আলহী হ’ল ছগৰাকীকৈ যুৱক

ভদ্ৰতাৰ খেল হিচাপে ক্ৰিকেট পৰিচিত যদিও সোমবাৰে এই খেলবিধৰ বাবে যোৰহাটত ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় ছগৰাকীকৈ যুৱক। আটকাধীন ছগৰাকী যুৱকৰ...

Read moreDetails

বিজেপিৰে অগপই মিত্ৰতা ভংগ কৰাটো এটি ভাল বতৰা : ড০ নগেন শইকীয়া

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে অসম গণ পৰিষদ দলে মিত্ৰতা ভংগ কৰাটো অসম আৰু অসমীয়া জনসাধাণৰ বাবে এটি ভাল বতৰা। এইদৰে...

Read moreDetails

গোলাঘাটত বিজেপি কাৰ্যালয়ত আক্ৰমণ; জ্বলাই দিলে বেনাৰ,প’ষ্টাৰ, সৰ্বানন্দ সোণোৱালৰ ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক পুনৰ অসম আন্দোলনৰ দৰে পৰিস্থিতিৰ মাজলৈ টানি নিবলৈ গৈ আছে নেকি? আজি অসম বন্ধৰ হিংসাত্মক পৰিস্থিতিৰ...

Read moreDetails

ডিগবৈত ‘হিন্দুত্ববাদ আৰু অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত’ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সফল সামৰণি

সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত ডিগবৈ মহিলা মহাবিদ্যালয় আৰু সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত প্ৰয়াত অচ্যুৎ চুতীয়া...

Read moreDetails

সমগ্ৰ ৰাজ্যতে আছুৰ অসম বন্ধত সৰ্বাত্মক প্ৰভাৱ : ৰাইজৰ স্বত:স্ফুৰ্ত সঁহাৰি

নগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত আছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি ৰাজ্যৰ জনসাধাৰণে স্বত:স্ফুৰ্ত সঁহাৰি জনাইছে। পুৱাৰে পৰা ৰাজ্যৰ...

Read moreDetails

সংকটত বিজেপি! নতুন ৰাজনৈতিক দল গঠনৰ দিশে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিক ৰুধিবলৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সমৰ্থনত অতি শীঘ্ৰে এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব। ৭ জানুৱাৰি অৰ্থাৎ সোমবাৰে...

Read moreDetails

ক’লা পতাকা প্ৰদৰ্শনেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল সমগ্ৰ নগাঁও জিলা। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে...

Read moreDetails

বিজেপিয়ে সমগ্ৰ অসমকে উলংগ কৰিলে : মৰাণ ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল কৰা, মৰাণ জনজাতিক অনুসূচীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰা আৰু তৈলক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিল কৰাৰ দাবীত...

Read moreDetails

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ; মনোনয়ন উঠাই ল’লে অগপৰ বাবুল জহৰীয়ে

আজি প্ৰকাশ পালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। ১৪০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীয়ে...

Read moreDetails
Page 4812 of 6192 1 … 4,811 4,812 4,813 … 6,192

Stay Connected

Recent News