উত্তৰ-পূব

চাহ কোম্পানিৰ গুদামতে আজিও চলি আছে অসম বিধান সভা!

চাহ কোম্পানিৰ এটা গুদামত অসমৰ সমস্যাক লৈ তৰ্ক-বিতৰ্ক কৰে ৰাইজে নিৰ্বাচিত কৰি পঠোৱা ১২৬ গৰাকী জন প্ৰতিনিধিয়ে! শ্বিলঙৰ পৰা অসমৰ...

Read moreDetails

নাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত কৃতি শিক্ষক,ছাত্ৰ-ছাত্ৰীক  সম্বধনা

আজি আবেলি ৫০ বজাত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত দক্ষিণ নাম্বাৰপাৰা আল আমিন ক্লাষ্টাৰ আৰু...

Read moreDetails

মিজোৰাম আৰু আছাম ৰাইফলছৰ অভিযানত ১৭ কোটি টকাৰ ড্ৰাগছ জব্দ

মিজোৰাম আৰক্ষী আৰু আছাম ৰাইফলছৰ দ্বাৰা ২৭ ছেপ্টেম্বৰ বৃহস্পতিবাৰে চলোৱা এটা যুটীয়া ড্ৰাগছ বিৰোধী অভিযানত ৮ লাখতকৈও অধিক ক্ৰিষ্টেল মেথাফেটামাইন টেবলেট...

Read moreDetails

মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু : ক্ষুব্ধ ৰাইজৰ ক্ষতি পূৰণ দাবী

ৰাজ্যত বৰ্ত্তমানো বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থা বিদ্যমান। ইপিনে ৰাজ্যৰ বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধিতে গুৰুত্ব দি অহাৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়নৰ...

Read moreDetails

কাজিৰঙাত জব্দ অবৈধ শিল কঢ়িওৱা ডাম্পাৰ

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীৰ নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত সকলো ধৰণৰ পাহাৰ খনন বন্ধ কৰিছে...

Read moreDetails

শ্বপিং মলৰ উদ্বোধনৰ দিনাই কাৰণ দৰ্শোৱাৰ জাননী মঙলদৈ পৌৰসভাৰ

ব্যৱসায় প্ৰসাৰৰ বাবে মঙলদৈত ‘বাজাৰ ইণ্ডিয়া ফেমিলী’ নামৰ ব্যৱসায়িক গোষ্ঠীটোৱে বৃহস্পতিবাৰে এটা শ্বপিং মলৰ দ্বাৰ মুকলি কৰাৰ সময়তে বাধাৰ সন্মুখীন...

Read moreDetails

ছাৰ্জিকেল ষ্ট্ৰাইকৰ দুবছৰ : স্পীয়াৰ কৰ্পছ আৰু এনচিচিৰ দ্বাৰা ‘পৰাক্ৰম পৰ্ব’ৰ আয়োজন

যুদ্ধ আৰু শান্তিৰ সময়তো ভাৰতীয় সামৰিক বাহিনীয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্বাধীনোত্তৰ ভাৰতত ভাৰতীয় সামৰিক বাহিনীয়ে বিভিন্ন যুদ্ধত বীৰত্ব প্ৰদৰ্শন...

Read moreDetails

সত্ৰীয়া নৃত্যশিল্পী প্ৰীতিলেখা চৌধুৰীলৈ গুজৰাটৰ মানৱ কল্যাণ মণ্ডলৰ কলাতীৰ্থ সন্মান

দেশৰ শাস্ত্ৰীয় সংগীতৰ ঐতিহ্যৰ দিশত যোগোৱা বৰঙণিৰ বাবে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী প্ৰীতিলেখা চৌধুৰীলৈ আগবঢ়োৱা হৈছে সন্মানীয় কলাতীৰ্থ বঁটা। এই বঁটা...

Read moreDetails

‘আছে অস্ত্ৰ লোৱা নাই, ল’লে অস্ত্ৰ ৰক্ষা নাই’ : অৰ্দ্ধ উলংগ হৈ দিচপুৰ কঁপালে আক্ৰাছুৱে

পৃথক কমতাপুৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোটে অৰ্দ্ধ উলংগ হৈ দিচপুৰ লাষ্টগেইটত...

Read moreDetails

অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ‘পেডমেন’ খ্যাত নয়ন শইকীয়াই

বাস্তৱ জীৱনৰ ওপৰত নিৰ্মিত হিন্দী চলচ্চিত্ৰ পেডমেন চৰিত্ৰৰ প্ৰকৃত ব্যক্তি অৰুণাচলম মুৰুগানান্থমকৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত 'পেডমেন'...

Read moreDetails
Page 5118 of 6192 1 … 5,117 5,118 5,119 … 6,192

Stay Connected

Recent News