উত্তৰ-পূব

এন আৰ চি সন্দৰ্ভত অকৰ্তৃত্বশীল মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মুখ খোলা বাবে অলপতে ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল...

Read moreDetails

অৰ্কিড সংৰক্ষণৰ ব্যতিক্ৰমী প্ৰয়াস নগাঁৱৰ ননৈৰ লুইত বৰাৰ

বিভিন্ন প্ৰজাতিৰ অৰ্কিডক লৈ নগাঁও জিলাৰ ননৈৰ এজন যুৱক সম্প্ৰতি ব্যস্ত।তেওঁ লক্ষাধিক টকা ব্যয়ৰে নিজৰ ঘৰত এই পৰ্যন্ত প্ৰায় ২০০...

Read moreDetails

ভেজাল ঔষধ চিনাক্ত কৰি চৰকাৰক বিপদত পেলোৱা চিকিৎসকৰ শাস্তিমূলক বদলিত স্থগনাদেশ ন্যায়াধিকৰণৰ

ভেজাল ঔষধ চিনাক্ত কৰি চৰকাৰক বিপদত পেলোৱা ৰিজ’নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰিৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ পাৰ্থজ্যোতি গগৈক চৰকাৰে শাস্তিমূলকভাৱে জম্মুলৈ বদলি...

Read moreDetails

বগীবিল দলং: ‘অটল’ নহয়, ‘বীৰাংগনা সাধনী’হে হ’ব লাগিব নাম; অটল চুতীয়া ছাত্ৰ সন্থা

সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বগীবিল দলঙক ‘অটল সেতু’ৰূপে নামকৰণ কৰাৰ বাবে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে দিয়া পৰামৰ্শৰ তীব্ৰ বিৰোধিতা...

Read moreDetails

কলিয়াবৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা; আৰক্ষী বিষয়াসহ আহত দুজন

আজি বিয়লি প্ৰায় ৩ মান বজাত জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত হাটবৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত...

Read moreDetails

ৰেড ক্ৰছ হস্পিটেলৰ বৰ্খাস্ত হোৱা ২০জন কৰ্মচাৰীৰ সমস্যা সমাধানৰ আশ্বাস দিলে অতিৰিক্ত উপায়ুক্তই

যোৱা ২০ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন অনশন প্ৰতিবাদ কাৰ্য্যসূচী চলাই থকা চানমাৰিস্থিত ৰেড ক্ৰছ হস্পিটেলৰ ২০জন নিলম্বিত কৰ্মচাৰীৰ কাষত আজি উপস্থিত...

Read moreDetails

মণিপুৰ বন বিভাগৰ পৃষ্ঠপোষকতাত থৌবাল ফৰেষ্ট ডিভিজনৰ সমুহীয়া অগৰু ৰোপণ কাৰ্যসূচী

চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পাচত ৰাজ্যখনৰ বন মন্ত্ৰী থৌনাওজাম...

Read moreDetails

অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত চামগুৰিত সামৃহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু বিজেপিৰ মণ্ডল সমিতি সমূহৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে ভাৰতৰ...

Read moreDetails

কংগ্ৰেছৰ উত্তৰ-পূবৰ দায়িত্ব লুইজিনহ’ ফেলেৰিঅ’ক, সৰ্বভাৰতীয় নেতৃত্বতো তাৎপৰ্য্যপূৰ্ণ সালসলনি

গোৱা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি লুইজিনহ’ ফেলেৰিঅ’ক অসমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে মঙলবাৰে নিযুক্তি...

Read moreDetails

৮টা শিয়ালেই নহয়, মুঠ ৩৯টা জন্তু মৰিছে : প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ

বিশেষ এবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ৰাজ্যিক চিৰিয়াখানাত ৮টা শিয়ালৰ মৃত্যু হোৱাৰ পাছত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰিয়াখানাখন হঠাতে...

Read moreDetails
Page 5253 of 6193 1 … 5,252 5,253 5,254 … 6,193

Stay Connected

Recent News