উত্তৰ-পূব

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান : ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ ডিমৌৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

চাকৰি বদলিৰ প্ৰলোভন দি ধন দাবী কৰি  হাতে-লোটে ধৰা পৰিল ডিমৌৰ স্বাস্থ‍্য বিভাগৰ এজন কৰ্মচাৰী। সোমবাৰে সন্ধিয়া ডিমৌ মধুপুৰৰ স্থায়ী...

Read moreDetails

নাম বাদপৰা প্ৰকৃত ভাৰতীয়ক সহায় কৰিব বিপিএফে : হাগ্ৰামা মহিলাৰী

আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা বিটিছি এলেকাৰ লোকসকলক যিকোনো দিশত...

Read moreDetails

জাগুনৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক আতিশয্যৰ অভিযোগ

এগৰাকী বিবাহিত মহিলাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই হাৰাশাস্তি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে স্বয়ং তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত...

Read moreDetails

তৃণমূল পৰ্যায়ত জনগণৰ কল্যাণ সাধন কৰিবলৈ পঞ্চায়ত সমূহলৈ আহ্বান ছিকিমৰ মুখ্য মন্ত্ৰীৰ

তৃণমূল পৰ্যায়ত সকলো লোকৰে আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ ছিকিমৰ মুখ্য মন্ত্ৰী পবন ছামলিঙে ৰাজ্যখনৰ সকলো পঞ্চায়তলৈ আহ্বান জনাইছে। তেওঁ পঞ্চায়তসমূহক চৰকাৰৰ সকলো...

Read moreDetails

এজাক বৰষুণতে স্তব্ধ মহানগৰীৰ জনজীৱন; এজনৰ সলিল সমাধি

দুপৰীয়াৰ এজাক বৰষুণৰ পাছতেই স্তব্ধ হৈ পৰিল মহানগৰীৰ জনজীৱন। বিগত বছৰৰ দৰে এইবাৰো মহানগৰীত কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে এজন লোকৰ।...

Read moreDetails

স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰা সোণাৰী মহকুমা চিকিৎসালয়ক জিলা চিকিৎসালয়লৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন

ঐতিহাসিক চৰাইদেউ জিলাৰ স্বাস্থ্য আৰু সেৱা খণ্ডৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে এক অভিলাষী  পদক্ষেপ গ্ৰহণ কৰিলে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু...

Read moreDetails

এন আৰ চিৰ খচৰাক প্ৰকাশৰ মুহূৰ্ততে নস্যাৎ; দেশৰ গৃহ মন্ত্ৰীৰ কাষলৈ মমতা!

সৰ্বসন্মত অসম চুক্তিৰ আধাৰত, চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক অসমত...

Read moreDetails

চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাসকলক নথিৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ

সোমবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পোৱাৰ পাছতেই এই খচৰাৰ পৰা নাম বাদ পৰা আবেদনকাৰীসকলক সতৰ্কতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ...

Read moreDetails

চামগুৰিৰ মোৱামাৰিত গঁড়ৰ খড়গসহ আটক দুই চোৰাংচিকাৰী

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম মোৱামাৰি গাঁৱত এটা গঁড়ৰ খড়্গসহ দুই চোৰাংচিকাৰীক স্থানীয় লোকৰ...

Read moreDetails

এন আৰ চিৰ কাম চৰকাৰে নাই কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে হৈছে : লোকসভাত বিতৰ্কৰ উত্তৰত ৰাজনাথ সিং

আজি পুৱাৰ ভাগত অসমত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিছত ৪০ লাখ লোক এই খচৰাত বাদ পৰা...

Read moreDetails
Page 5329 of 6193 1 … 5,328 5,329 5,330 … 6,193

Stay Connected

Recent News