উত্তৰ-পূব

কোকৰাঝাৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত এনডিএফবি (স)ৰ কেডাৰ নিহত

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত এজন এনডিএফবি (স)ৰ কেডাৰ নিহত হৈছে বুলি জানিব পৰা...

Read moreDetails

বাক্সাৰ শিলবাৰীত পথ দুৰ্ঘটনা: এজন ছাত্ৰ নিহত আৰু এজন আহত

দেওবাৰে নিশা বাক্সা জিলাৰ ১২৭"এ" নং ৰাষ্ট্ৰীয় ঘাই পথৰ শিলবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা মন্টু বড়ো...

Read moreDetails

বঙাইগাঁৱত টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকক আটক

টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা কলকতাৰ এটা প্ৰৱঞ্চকক দেওবাৰে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে।...

Read moreDetails

ত্ৰিপুৰাত এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী বিজেপিৰ সহযোগী আইপিএফটিৰ

ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটে একক সংখ্যগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ প্ৰস্তুতি চলোৱাৰ সময়তে মিত্ৰজোঁটৰ মাজত মতান্তৰ ঘটাৰ সম্ভৱনা দেখা দিছে। বিজেপিৰ...

Read moreDetails

ত্ৰিপুৰাত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপি-আইপিএফটিৰ কৰ্ম-কৰ্তাই

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত অপ্ৰত্যশিত বিজয় অৰ্জনৰ কৰাৰ এদিন পিছতেই বিজেপি-আইপিএফটিৰ সদস্যই চিপিআই(এম)ৰ কৰ্মী আৰু কাৰ্যালয়ত আক্ৰমণ কৰা আৰম্ভ কৰিছে। দেওবাৰে...

Read moreDetails

মিজোৰামৰ ছাত্ৰ সংগঠনে ধ্বংস কৰিলে অসম পুলিচৰ শিবিৰ

অসম-মিজোৰাম সীমান্তৰ কলাছিবৰ বাইৰবিত মিজৰোমাৰ ছাত্ৰ ইউনিয়নৰ সদস্যই অসম পুলিচৰ তালাচী চকী আৰু সেনাবাহিনীৰ শিবিৰ ভাঙি চূড়মাৰ কৰে। প্ৰাপ্ত তথ্য...

Read moreDetails

একক সংখ্যা গৰিষ্ঠ দল হৈও মেঘালয়ত চৰকাৰ গঠনত ব্যৰ্থ হ’ল কংগ্ৰেছ

কংগ্ৰেছ দলে মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে শনিবাৰে নিশা আৰু দেওবাৰে পুৱা প্ৰচেষ্টা চলাইছিল যদিও সেয়া সফল নহ’ল। চৰকাৰ গঠনৰ...

Read moreDetails

মেঘালয়: ছংছাক সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সম্ভাৱণা কনৰাড ছাংমাৰ

নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এনপিপিৰ মৰব্বী তথা মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী কনৰাড ছাংমাই মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে পিছলৈ কোনো...

Read moreDetails

কাজিৰঙাত পৰ্যটকক গঁড়ৰ আক্ৰমণ : কোনো মতে প্ৰাণ ৰক্ষা

দেওবাৰে কাজিৰঙাৰ আগৰতলিত বন্যপ্ৰাণীৰ অকৰ্মণ্যতা তথা অসাৱধনাতৰ ফলত দুটা গঁড়ে কাজৰিঙালৈ অহা একাংশ পৰ্যটকক আক্ৰমণ কৰে। প্ৰাপ্ত তথ্য মতে পৰ্যটকৰ...

Read moreDetails

কনৰাড ছাংমাৰ নেতৃত্বত ১১ গৰাকী মিত্ৰজোঁটৰ বিধায়কে মঙলবাৰে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ কৰিব

কংগ্ৰেছক একাষৰীয়া কৰি থৈ দেওবাৰে এনপিপিৰ নেতা কনৰাড ছাংমাক মুখ্যমন্ত্ৰী হিচাপে লৈ অকংগ্ৰেছী দলবোৰে মেঘালয়ত নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails
Page 5907 of 6194 1 … 5,906 5,907 5,908 … 6,194

Stay Connected

Recent News