উত্তৰ-পূব

জ্যোতি চিত্ৰবনত আৰম্ভ দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ : আজি প্ৰদৰ্শন ওম ৰাউটৰ ‘লোকমান্য-এক যুগপুৰুষ’

আজিৰেপৰা অহা ৪ মাৰ্চলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত উদ্বোধনী চিনে’মা হিচাপে প্ৰদৰ্শিত হ'ল ওম ৰাউটৰ  'লোকমান্য-এক...

Read moreDetails

ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া সমবেশৰ বাবে বিত্ত বিভাগে মুকলি কৰি দিলে ১৪৯ কোটি টকা : নতুন চৰকাৰে বন্ধ কৰি ৰাখিছিল আঁচনিখন

অৱশেষত দুবছৰীয়া বিৰতিৰ পিছত অসম চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দি অহা বিনামূলীয়া সমসাজ (য়ুনিফ’ৰ্ম)ৰ বাবে বিদ্যালয়বিলাকলৈ...

Read moreDetails

বঙাইগাঁৱৰ চকীহালিত দুৰ্ঘটনাত আঘাতপ্ৰাপ্তক প্ৰহাৰ কৰাক লৈ উত্তেজনা পৰিস্থিতি

শুকুৰবাৰৰ হোলী উদযাপনৰ দিনটোতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকীহালিত দুই বাইকৰ মুখামুখি সংঘৰ্ষত আহত হোৱা চাৰিজন লোকক মাৰপিট...

Read moreDetails

এন ডি পি পিৰ গণভিত্তি নাই; এন পি এফেই পৰৱৰ্তী চৰকাৰ গঠন কৰিব : এন এছ চি এন (আই এম)

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ১২ ঘণ্টাতকৈ কম সময় থকা অৱস্থাত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই...

Read moreDetails

ধৰ্ষণকাৰীক ৰাইজক গতাই দিয়াৰ দাবীত উত্তপ্ত নগাঁৱৰ ৰূপহীহাট আৰক্ষী চকী

নগাঁৱৰ ৰূপহীহাট আৰক্ষী চকীত আজি বিয়লি ধৰ্ষণকাৰীক ৰাইজৰ হাতত চমজাই দিয়াৰ দাবীত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে...

Read moreDetails

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত শুকুৰবাৰে তিনিটা পথৰ আধাৰশিলা স্থাপন থাওৰাৰ বিধায়কৰ

ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া থাওৰা সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে...

Read moreDetails

শিলচৰত ৩ মাৰ্চৰ পৰা নৰেশ চন্দ্ৰ পাল সোঁৱৰণী সৰ্বভাৰতীয় একাংকিকা নাটক প্ৰতিযোগিতা

শিলচৰত ৩ মাৰ্চৰ পৰা আয়োজন কৰা হৈছে ৩৮ সংখ্যক নৰেশ চন্দ্ৰ পাল সোঁৱৰণী একাংকিকা নাটক প্ৰতিযোগিতা। সৰ্বভাৰতীয় ভিত্তিত আয়োজন কৰা...

Read moreDetails

গৌৰীসাগৰত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ চিকিৎসালয়ত মৃত্যু

যোৱা বৃহস্পতিবাৰে বন্ধুৱেকৰ বায়েকৰ বিয়া খাবলৈ গৈ ঘূৰি আহোতে দুৰ্ঘটনাত পতিত হোৱা শিৱসাগৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ তথা ক্ৰিকেট খেলুৱৈ মৃনাংক...

Read moreDetails

চতিয়া সমষ্টিৰ অন্তৰ্গত নৱ নিৰ্মিত নাট্য ভৱন, জামুগুৰিহাটৰ নৱনিৰ্মিত পৰিদৰ্শন বঙলা উন্মোচন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

'নাগ শংকৰ নাট্য ভৱনে এই অঞ্চলটোৰ যুৱক-যুৱতী সকলক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব। আগন্তুক দিনত...

Read moreDetails

য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগৰ বাচনিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ প্ৰকল্প

য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগ (The UK India Education Research Initiative)ৰ ২০১৮ চনৰ গৱেষণা প্ৰকল্পৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজন অধ্যাপকে...

Read moreDetails
Page 5916 of 6194 1 … 5,915 5,916 5,917 … 6,194

Stay Connected

Recent News