সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে জনসাধাৰণৰ আস্থা ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে। বিসম্বাদত জুৰুলা হোৱা দলটোৱে...
Read moreDetailsউত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লগত উমৰাঙচুত গঢ়ি উঠা ১২০ মেগাৱাটৰ ল'ৱাৰ কপিলী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টকলৈ সোমবাৰে এক বুজাবুজিৰ...
Read moreDetailsগ্ৰেপ্তাৰ হোৱা ভাৰতীয় প্ৰশাসনীয় বিষয়া কুমুদ চন্দ্ৰ কলিতাক মঙলবাৰে এখন বিশেষ ন্যায়াধীশৰ আদালতে ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। সমাজ...
Read moreDetails‘পলমকৈ হ’লেও বড়োলেণ্ড গঠন হ’বই। অনাগত সময়ছোৱাতো পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন অব্যাহত থাকিব।’ আজি কোকৰাঝাৰ জিলাৰ দোতমাত অবিভক্ত গোৱালপাৰা জিলা এবছুৰ...
Read moreDetailsচিপাঝাৰৰ কুৰুৱা অঞ্চলৰ থলুৱা বাসিন্দাসকলৰ ওপৰত অবৈধ বেদখলকাৰী সকলে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আজি প্ৰবজন বিৰোধী মঞ্চ, সংগ্ৰামী সতীৰ্থ সন্মিলন...
Read moreDetailsআভিযান্ত্ৰিক ক্ষেত্ৰৰ মহাৰথী লাৰছেন এণ্ড টউব্ৰ’ৱে বাংলাদেশৰ ৩৬০ মেগাৱট শক্তিসম্পন্ন ভেৰামাৰা প্ৰকল্পৰ দায়িত্ব গ্ৰহণ কৰিছে। ভেৰামাৰা কম্বাইন্ড চাইক’ল পাৱাৰ প্লেন্ট...
Read moreDetailsআজি ওদালগুৰি জিলাৰ বদলাপাৰা-ৰাজাগড় গড়কাপ্টানী পথৰ শুক্লাই কালানদী নৈৰ ওপৰত ২৫০ মি. দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আধাৰশিলা কৰে বিটিচিৰ মুৰব্বী...
Read moreDetailsডিফুত এটা শিশু গৃহ চলাই অহা এগৰাকী মহিলা অম্বিকা প্ৰধানে তেওঁৰ তত্ত্বাৱধানত থকা শিশুসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰাত...
Read moreDetailsদৰং জিলাৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত অফিচ বজাৰ অঞ্চলত ঘটা অগ্নিকাণ্ডৰ এটা মৰ্মান্তিক ঘটনাত এটি শিশু জীৱন্তে দগ্ধ হয়। ১২...
Read moreDetailsদৰং আৰক্ষীয়ে ভুৱা ডিজিটেল লেনদেনৰ জৰিয়তে অবৈধভাৱে ধন আহৰণৰ এক গোচৰ সন্দৰ্ভত এন এছ য়ু আইৰ দৰং জিলাৰ প্ৰাক্তন উপ-সভাপতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd