উত্তৰ-পূব

ৰহিঙীয়া শৰণাৰ্থীক সমৰ্থনেৰে ম্যানমাৰ অ’পেন নেখেলাৰ সিদ্ধান্ত বাংলাদেশী গ’ল্ফাৰৰ

বাংলাদেশী গ’ল্ফাৰ চিদ্দিকুৰ ৰহমানে ৰহিঙীয়া শৰণাৰ্থীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি কালি লিঅ’পেলে’চ-২১ ম্যানমাৰ অ’পেন প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। এ’...

Read moreDetails

ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং

ভাৰতে ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চল গুলাৰিয়া-১০ ৰ খালেপুৰুৱাত এখন দলং নিৰ্মাণ কৰিছে। স্থানীয় লোকৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন কৰিছে ‘দ্য...

Read moreDetails

প্ৰস্তাৱিত নাগালিমক লৈ আহ্বান দিয়া বন্ধক কেন্দ্ৰ কৰি উত্তপ্ত মাইবং

প্ৰস্তাৱিত নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদত আজি পুৱাৰ পৰা আবেলি পাঁচ বজালৈকে স্থনীয় পাঁচটাকৈ সংগঠনে দিয়া ১২ ঘন্টীয়া ...

Read moreDetails

‘নিৰ্মাণ নিষিদ্ধ অঞ্চল’ত অৱস্থিত ইটা, শিল উদ্যোগ বন্ধৰ নিৰ্দেশ গোলাঘাট প্ৰশাসনৰ

গোলাঘাট জিলা প্ৰশাসনে ১৯ টা ইটা আৰু ২ টা শিল ভঙা উদ্যোগ বন্ধ কৰাৰ নিৰ্দেশ দিছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য...

Read moreDetails

ভাৰতৰ পতাকা জ্বলালে আলফা (স্বাঃ) এ : গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় পতাকা জ্বলাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিলে আলফা (স্বাঃ)এ। গণৰাজ্য দিৱস উদযাপনৰ বিৰোধিতা কৰি সংবাদমাধ্যমলৈ...

Read moreDetails

বালিসত্ৰৰ নৱ নিৰ্মিত বংশীগোপাল মন্দিৰ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

‘অসমৰ সত্ৰসমূহে কালোত্তীৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে মানৱ সেৱা আৰু সমাজ সেৱাৰ জৰিয়তে। এই কথা সকলোৱে ভক্তিভাৱেৰে অনুধাৱন কৰিব পাৰিব...

Read moreDetails

চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা গাঁৱক সকলো সুবিধা প্ৰদানৰ আশ্বাস ৰাজ্যপাল পি বি আচাৰ্যৰ  

ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ নানা সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা অসংখ্য গাঁৱৰ লোকসকলক নিৰাপত্তা তথা সকলো সুবিধা প্ৰদান কৰাৰ আশ্বাস...

Read moreDetails

২০২০ৰ ভিতৰত লামডিঙলৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব: ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ

অহা দুবছৰৰ ভিতৰত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী হৈ লামডিঙলৈ স্থাপন হ’বলগীয়া দ্বৈত ৰে’লপথৰ কাম সম্পূৰ্ণ হৈ উঠিব। বুধবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত...

Read moreDetails

শুৱালকুছিৰ শিপিনীয়ে ২০ শতাংশ ৰেহাই মূল্যত পাব পাটসূতা

শুৱালকুছিৰ পাট-মূগাৰ শিপিনী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে সুখবৰ। পহিলা ব’হাগৰ পৰা লাভ কৰিব ৰেহাই মূল্যত পাটসূতা। চৰকাৰৰ দ্বাৰা স্বীকৃতি পোৱা...

Read moreDetails

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত গছ ৰোপনৰ ব্যাপক পৰিকল্পনা

মণিপুৰৰ উদ্যানপালন আৰু ভূমি সংৰক্ষণ বিভাগে প্ৰকৃতি ৰক্ষা তথা সেউজীয়া কৰি ৰাখিবৰ বাবে ভাৰত-ম্যানমাৰ সীমান্তৰ ভাৰতীয় ভূমিত অনাগত দিনত বিভিন্ন...

Read moreDetails
Page 6031 of 6195 1 … 6,030 6,031 6,032 … 6,195

Stay Connected

Recent News