উত্তৰ-পূব

সংবাদ মাধ্যমে চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখক : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত শুকুৰবাৰে শ্ৰীমন্ত মাধৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰয়াত তথা নিৰুদ্দিষ্ট সাংবাদিকৰ পৰিয়াললৈ সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে...

Read moreDetails

লোককৃষ্টিৰ সাধক গোৱালপাৰাৰ শম্ভু ৰাভালৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০১৭

আজি এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগে সদৌ অসম ছাত্ৰ সন্থাই জানিবলৈ দিছে যে বিগত কেইবছৰৰ দৰে এইবাৰো সংগঠনটোৱে গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী...

Read moreDetails

অনিৰুদ্ধদেৱৰ নামত অচিৰেই বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব

অসমত অচিৰেই এখন নতুন বিশ্বাবিদ্যালয় হ’ব বৈষ্ণৱ গুৰু অনিৰুদ্ধদেৱৰ নামত। এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ চৌকিডিঙী...

Read moreDetails

২০১৯ ত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটীৰ ৰ’পৱে’ প্ৰকল্প

বহু প্ৰতিক্ষিত গুৱাহাটীৰ প্ৰস্তাৱিত যাত্ৰীবাহী ৰ'পৱে' প্ৰকল্প ২০১৯ ত সম্পূৰ্ণ হৈ উঠিব। মহানগৰীৰৰ উত্তৰ আৰু দক্ষিণ পাৰ দুটাক সংযোগ কৰিব...

Read moreDetails

টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত জিলিকিল অসমৰ অনুপম নাথৰ ফটো

গুৱাহাটী নিবাসী ফটোগ্ৰাফাৰ অনুপম নাথে তোলা এখন ফটো বিখ্যাত টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত নিৰ্বাচিত হৈছে।...

Read moreDetails

মণিপুৰলৈ ৰহিঙিয়া মুছলমানৰ অনুপ্ৰৱেশ : মুখ্য মন্ত্ৰী এন বিৰেন সিং

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙে ৰাজ্যখনলৈ ম্যানমাৰৰ পৰা ৰহিঙীয়া মুছলমানে অনুপ্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে বুলি শুক্ৰবাৰে ৰাজ্যখনৰ বিধানসভাক জানিবলৈ...

Read moreDetails

কৃষক মুক্তিৰ নেতাৰ মুক্তি নাই ! পুনৰ অখিল গগৈক প্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ ৰাজপথত সহস্ৰাধিক লোকৰ অৱস্থান

এটাৰ পিছত অন্য এটা গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি থকাক লৈ আজি ডিব্ৰুগড়ত কৃষক মুক্তি...

Read moreDetails

মিজোৰামৰ ক্ষুব্ধ বিমান যাত্ৰীয়ে জেট এয়াৰৱেজৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগ

বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ বাবে ক্ষুব্ধ হৈ মিজোৰাম অভিমুখী যাত্ৰীয়ে ব্যক্তিগত বিমানসেৱা জেট এয়াৰৱেজৰ বিৰুদ্ধে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। ক্ষুব্ধ...

Read moreDetails

অৰুণাচলৰ চৰকাৰী আৰু সংশ্লিষ্ট সংস্থা সমূহক শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আহ্বান

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য প্ৰিয়াংক কানোনগোওে অৰুণাচল প্ৰদেশৰ চৰকাৰী সংস্থা আৰু ইয়াৰ লগত জড়িত সংশ্লিষ্ট সংস্থা সমূহক শিশুৰ...

Read moreDetails

শ্বাহিৰক নদীৰ পাৰত পাম স্থাপনৰ বিৰোধিতা মণিপুৰৰ গাওঁবাসীৰ

মণিপুৰৰ শ্বাহিৰক নদীৰ পাৰত বাস কৰা গাওঁবাসীয়ে শুকুৰবাৰে শ্বাহিৰক নদীৰ পাৰক পামলৈ পৰিৱৰ্তন কৰাৰ পদক্ষেপৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী পালন...

Read moreDetails
Page 6121 of 6195 1 … 6,120 6,121 6,122 … 6,195

Stay Connected

Recent News