উত্তৰ-পূব

সেনা শিবিৰত আক্ৰমণৰ অভিযোগত আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ছয়জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

অসমৰ তিনিচুকীয়া জিলাত যোৱা বছৰ সেনা শিবিৰত গ্ৰেনেড আক্ৰমণত জড়িত থকাৰ অভিযোগত নিষিদ্ধ আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন পাঁচজনৰ...

Read moreDetails

পুৰীৰ জগন্নাথৰ চন্দন যাত্ৰাত ভয়ংকৰ দুৰ্ঘটনা; ফটকা বিস্ফোৰণত অগ্নিদগ্ধ কমেও ২৫জন ভক্ত, এজনৰ মৃত্যু

পুৰীত জগন্নাথ প্ৰভুৰ চন্দন যাত্ৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ফটকা বিস্ফোৰণৰ ফলত বহু ভক্ত অগ্নিদগ্ধ হৈছে। এই ঘটনাত কমেও ২৫জন...

Read moreDetails

ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি; ৰাজ্যজুৰি ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ কেতবোৰ অঞ্চল বিশেষকৈ বৰাক উপত্যকা, মধ্য অসমৰ কিছু অংশ, ডিমা হাছাও, কাৰ্বি আংলঙ বানপানীৰ ভাবুকিৰ সন্মুখীন হৈছে। যোৱা ২৪...

Read moreDetails

যুদ্ধ বিধ্বস্ত গাজাত ইজৰাইলৰ আক্ৰমণত আৰু অৰ্ধশতাধিক লোক নিহত

অৱৰুদ্ধ পেলেষ্টাইনী ভূখণ্ড গাজাত ইজৰাইলৰ আক্ৰমণত আৰু ৭৫ জন পেলেষ্টাইনী লোক নিহত হয়। ইয়াৰ লগে লগে উপত্যকাত নিহত হোৱা মুঠ...

Read moreDetails

জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ

জীৱনৰ সকলো বাধা আঁতৰাই কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই সম্পৰ্কত চাণক্যই অতি বাস্তৱিকভাৱে পৰামৰ্শ আগবঢ়াইছে। প্ৰাচীন ভাৰতৰ এই সৰ্বজ্ঞানী...

Read moreDetails

মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

বুধবাৰে গুৱাহাটীৰ চলচ্চিত্ৰ নিৰ্মাতা তথা ৰজত কমল বঁটা বিজয়ী লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মহাত্মা গান্ধীক অসন্মান কৰাৰ...

Read moreDetails

গুৱাহাটীত হৃদয়বিদাৰক ঘটনা! ভূমিস্খলনত শুই থকা দুবছৰীয়া শিশুৰ মৃত্যু

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ লালগণেশত। ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। ভূমিস্খলনৰ...

Read moreDetails

কাৰাবন্দী হৈ আছিল পাকিস্তানত : ১৮ মাহ পিছত আজি ওপজা মাটিলৈ ঘূৰি আহিব অসমৰ মাতৃ-পুত্ৰ

২৯ মে’ত নিজ দেশলৈ উভটি আহিব ১৮ মাহে পাকিস্তানত বন্দী হৈ থকা অসমৰ বাসিন্দা ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া...

Read moreDetails

৩ শ্ৰমিকৰ মৃত্যুৰ পিছত তিনিচুকীয়াৰ কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ২.৯৯ কোটি টকা

মাৰ্ঘেৰিটা আৰক্ষীয়ে কয়লা ব্যৱসায়ী ৰণ লুংছাঙৰ ঘৰত অভিযান চলাই ২.৯৯ কোটি টকা উদ্ধাৰ কৰে। অবৈধ কয়লা ব্যৱসায়ত জড়িত থকাৰ সন্দৰ্ভত...

Read moreDetails

নাছাই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ দৰে এটা গ্ৰহ; বাসস্থানৰ বাবে উপযোগী হোৱাৰ সম্ভাৱনা

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীৰ দৰে এটা গ্ৰহ আৱিষ্কাৰ কৰিছে। তেওঁলোকে মহাকাশ টেলিস্কোপৰ সহায়ত পৃথিৱীৰ সমান আকাৰৰ বহিঃগ্ৰহটো (এক্সোপ্লেনেট)...

Read moreDetails
Page 837 of 6191 1 … 836 837 838 … 6,191

Stay Connected

Recent News