উত্তৰ-পূব

গুৱাহাটীৰ পাৰ্ল্লাৰত দেহ ব্যৱসায় , আৰক্ষীৰ অভিযানত উদ্ধাৰ কেইবাগৰাকীও মহিলা

গুৱাহাটী মহানগৰীৰ উলুবাৰী অঞ্চলৰ মাচাজ পাৰ্লাৰত চলিছে নাৰী দেহ ব্যৱসায়।  শনিবাৰে সন্ধিয়া গুৱাহাটীৰ উলুবাৰীস্থিত ছি ছল্ট স্পা এণ্ড ইউনিচেক্স পাৰ্লাৰত...

Read moreDetails

ইম্ফলৰ চিকিৎসা মহাবিদ্যালয়ত বৈষম্যৰ বলি অস্থানীয় শিক্ষাৰ্থী

মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত অস্থানীয় ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যাপক বৈষম্যৰ অভিযোগ...

Read moreDetails

শিশু যৌন নিৰ্যাতনত জড়িত ব্যক্তিক ক্ষমা কৰাৰ পৰিণতি; চাপত পদত্যাগ হাংগেৰীৰ ৰাষ্ট্ৰপতিৰ

শিশু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক ক্ষমা কৰি দিয়াৰ বাবে বৃহোৱা প্ৰতিবাদৰ মাজতে হাংগেৰীৰ ৰাষ্ট্ৰপতি কাটালিন ন’ভাকে পদত্যাগ কৰিছে।...

Read moreDetails

১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধ! ধৰ্মঘট ৰোধৰ বাবে আগতীয়াকৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে?

সংযুক্ত কিষাণ মৰ্চাকে ধৰি বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। ১৬ ফেব্ৰুৱাৰীত বিভিন্ন কৃষক সংগঠনৰ তৰফৰ পৰা ভাৰত বন্ধৰ...

Read moreDetails

মন্ত্ৰী-আমোলাৰ কোৱাৰ্টাৰত প্ৰিপেইড মিটাৰ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এক আচম্বিত পদক্ষেপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াই দখল কৰি থকা সকলো চৰকাৰী আৱাসত ব্যক্তিগত...

Read moreDetails

সংসদত ধনখৰ-খাৰ্গেৰ বিবাদ তুংগত; কিয় খাৰ্গেৰ কথাত খৰ্গহস্ত উপ-ৰাষ্ট্ৰপতিগৰাকী?

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইণ্ডিয়াজোঁটত মিত্ৰতা ভাঙি গৈ আছে। ইটোৰ পিছত সিটো দল এন ডি এত...

Read moreDetails

নিৰ্বাচনত ৰিগিং! নৱাজ শ্বৰীফৰ বিজয়ৰ বিৰুদ্ধে আদালতত ইমৰাণ খানৰ পিটিআই

ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই ইনছাফে পাকিস্তান মুছলিম লীগ-এন (পিএমএলএন)ৰ নেতা নৱাজ শ্বৰীফে ৰিগিং কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন...

Read moreDetails

AFC Asian Cup: আক্ৰাম আফিফৰ হেট্ৰিক! ফাইনেলত জৰ্ডানক হৰুৱাই এছিয়া কাপ দখল কাটাৰৰ

এছিয়াৰ ভিতৰত শ্ৰেষ্ঠ হ’ল কাটাৰ। এ এফ চি এছিয়ান কাপৰ ফাইনেলত কাটাৰে জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰে। কাটাৰৰ হৈ আক্ৰাম...

Read moreDetails

পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

নাগালেণ্ডৰ মন্ত্ৰী টেনজেম ইম্না আলঙে তেওঁৰ ধেমেলীয়া মন্তব্য বা ভাইৰেল ভিডিঅ’ৰ বাবে বহুবাৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ ধেমেলীয়া ছ’চিয়েল মিডিয়া...

Read moreDetails

নাৰী নিৰ্যাতনৰ অভিযোগ : ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি নেকি ঋষিৰাজ কৌণ্ডিন্য ?

“মই উদ্দেশ্যপ্ৰণোদিত ভাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ৷” এই মন্তব্য আম আদমি পাৰ্টীৰ শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ৷  আজি শনিবাৰে গুৱাহাটীস্থিত...

Read moreDetails
Page 879 of 6145 1 878 879 880 6,145

Stay Connected

Recent News