উত্তৰ-পূব

তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত তিনিজন সন্দেহযুক্ত আলফা-স্বাধীনৰ লিংকমেন

তিনিচুকীয়া জিলাত আৰক্ষীৰ গুলীচালনাত আহত হয় আলফা-স্বাধীনৰ লিংকমেন বুলি সন্দেহ কৰা তিনিজন যুৱক। তিনিচুকীয়া জিলাৰ শদিয়াত দেওবাৰে (২৪ ডিচেম্বৰ) পুৱা...

Read moreDetails

এইবাৰ ভাৰতীয় পতাকাবাহী জাহাজত ড্ৰ’নেৰে আক্ৰমণ; জাহাজত আছিল খাৰুৱা তেল

বাতৰি অনুসৰি শনিবাৰে লোহিত সাগৰত ভাৰতৰ পতাকাবাহী এখন জাহাজত আক্ৰমণ কৰা হয়। ইয়াৰ পূৰ্বেও হুথি উগ্ৰপন্থীয়ে লোহিত সাগৰত ভাৰত অভিমুখী...

Read moreDetails

ৰোহিতৰ দৰেই ‘অপমানিত’ হব নেকি ধোনী! ডাঙৰ আপডেট, মুখ খুলিলে CSKৰ CEO-ই

ৰোহিত শৰ্মাৰ দৰে অধিনায়কত্বৰ পৰা অপসাৰণ নহয়। চেন্নাই ছুপাৰ কিংছ  ফ্ৰেঞ্চাইজিয়ে দলটোৰ আই পি এলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যৎ...

Read moreDetails

বেংকত পৰি আছে দাবীহীন ৪২,২৭০ কোটি টকা; চাই লওক আপোনাৰো আছে নেকি!

ভাৰতীয় বেংকত আনক্লেইমড ডিপ’জিট (Unclaimed Deposit) অৰ্থাৎ দাবী বিহীন আমানত  বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কে কাৰাডে...

Read moreDetails

মাইক্ৰ’ছফটে আৰু ‘ছাপোৰ্ট’ নকৰিব উইণ্ড’জ ১০; আৱৰ্জনাত পৰিণত হ’ব ২৪ কোটি কম্পিউটাৰ!

উইণ্ড’জ ১০ বন্ধ হ’লেও যিবোৰ কম্পিউটাৰ বা লেপটপত সেয়া আছে, সেইবোৰ তৎক্ষণাত বন্ধ হৈ নপৰে। কিন্তু সেই কম্পিউটাৰবোৰত ছিকিউৰিটি আপডেট...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় পৰিদৰ্শন ভূটান চৰকাৰৰ প্ৰতিনিধি দলৰ

দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা ২১ ডিচেম্বৰত গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উপস্থিত হয় ভূটান চৰকাৰৰ শিক্ষা বিভাগৰ এটা প্ৰতিনিধি দল। ভাৰত...

Read moreDetails

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ গুলীসহ দুজনক গ্ৰেপ্তাৰ

কাৰ্বি আংলঙত গ্ৰেপ্তাৰ হৈছে বৃহৎ পৰিমাণৰ গুলীসহ দুজন লোক। জিলাখনৰ বোকাজান এলেকাত গ্ৰেপ্তাৰ হৈছে লোক দুজন। প্ৰকাশিত খবৰ অনুসৰি, অসম...

Read moreDetails

আলফা স্বাধীনত যোগদান সন্দৰ্ভত ফেচবুক পোষ্ট : তামুলপুৰত গ্ৰেপ্তাৰ যুৱক 

তামুলপুৰৰ এজন যুৱকে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ সপক্ষে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাৰম্ভিক বাতৰি...

Read moreDetails

শৈক্ষিক উত্তৰণৰ লক্ষ্যঃ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ বুজাবুজিৰ চুক্তি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি গৱেষণা, প্ৰশিক্ষণ, শিক্ষক ,শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সৃষ্টিমূলক, সৃজনীমূলক, উদ্যমিতা,বৌদ্ধিক তথা ব্যৱহাৰিক বিষয় উত্তৰণৰ...

Read moreDetails

ডোকলাম প্ৰত্যাহ্বানৰ মাজতে নতুন সংকট; ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশে বঢ়াইছে উদ্বেগ

ডোকলাম এতিয়াও প্ৰত্যাহ্বান হৈয়ে আছে, তাৰ মাজতে উত্তৰ মণিপুৰত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশে নতুন সমস্যাৰ সৃষ্টি কৰিছে। এই মন্তব্য ইষ্টাৰ্ণ আৰ্মি...

Read moreDetails
Page 937 of 6159 1 936 937 938 6,159

Stay Connected

Recent News