অসম তথা উত্তৰ-পূৱৰ যি সন্ত্ৰাস-জৰ্জৰিত পৰিবেশ-পৰিস্থিতি, সি সামগ্ৰিক ভাৱে মানুহৰ জীৱনত কিমান প্ৰ্ৰভাৱ পেলাইছে তাৰ লেখ নাই। ইয়াৰ দ্বাৰা আটাইতকৈ...
Read moreDetailsপ্ৰায়ে স্বামী গভীৰ নিশা দেৰি কৰি ঘৰত প্ৰৱেশ কৰে। স্বামীৰ এই কাৰ্য্যই পত্নীৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। সন্দেহ কৰিব...
Read moreDetailsদেওবাৰে পুৱা কেৰালাৰ কোচিৰ এটা কনভেনচন চেণ্টাৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। তাত এটা খ্ৰীষ্টান গোটে এখন সন্মিলন অনুষ্ঠিত কৰা বুলি...
Read moreDetailsচলি থকা পেলেষ্টাইন-ইজৰাইল সংঘাতত এতিয়ালৈকে কমেও ২৯ জন সাংবাদিক নিহত হৈছে। ইয়াৰ ভিতৰত গাজাত ইজৰাইলৰ আক্ৰমণত ২৫ জন নিহত হয়।...
Read moreDetailsৰাজ্যৰ সচেতন নাগৰিক, সন্থা, সংগঠন, বিশেষজ্ঞ সমিতিয়ে আশংকা কৰাৰ দৰেই নদী বান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিলে । যাৰ...
Read moreDetailsবিশ্বকাপৰ পৰা প্ৰায় বাহিৰ হোৱাৰ পথত বাংলাদেশ। কলকাতাৰ ইডেন গাৰ্ডেনত নেদাৰলেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিলে বাংলাদেশে। শনিবাৰৰ মেচখনত নেদাৰলেণ্ডে ৫০ অভাৰত...
Read moreDetailsকয়লা খনিত আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কাজাখাস্তানৰ কয়লা খনিৰ এই অগ্নিকাণ্ডত ৩২ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে...
Read moreDetailsবিশ্বকাপৰ উদ্বোধনী মেচতে তেওঁৰ বেটৰ পৰা আহিছিল শতক। ইংলেণ্ডৰ বিৰুদ্ধে ৯৬ টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত আছিল ৰাচীন...
Read moreDetailsমহানগৰীৰ উজান বজাৰ অঞ্চলত শনিবাৰে পুৱা অটোৰিক্সাত এজন ২৬ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিহত য়ুৱকজনক...
Read moreDetailsতীব্ৰ বোমাবৰ্ষণৰ মাজতে গাজাত ইজৰাইলৰ বাহিনীয়ে ব্যাপক ৰূপত স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলে স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশাৰ পৰা বিমান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd