উত্তৰ-পূব

টিনৰ চালিৰ সৈতে ৫০ ফুট উৰুৱাই নি পেলাই দিলে ধুমুহাই! তথাপি প্ৰাণ ৰক্ষা পৰিল নানহে মিঞাৰ

উত্তৰ প্ৰদেশৰ বাৰেলী জিলাত দেখা গ’ল প্ৰকৃতিৰ এক ৰুদ্ৰমূৰ্তি, যিয়ে আনকি হলিউডৰ কাল্পনিক দুৰ্যোগৰ দৃশ্যকো পৰাজিত কৰিব। বুধবাৰৰ ভয়ংকৰ ধুমুহাত...

Read moreDetails

নিৰ্বাচন আয়ুক্ত বাছনি কমিটীত কিয় বাদ দিয়া হৈছে মুখ্য ন্যায়াধীশক? কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

চিবিআইৰ সঞ্চালক নিযুক্তিৰ বাবে কমিটীত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। পুনৰ নিৰ্বাচন আয়ুক্ত বাছনিৰ পেনেলত তেওঁক অন্তৰ্ভুক্ত কৰা নহ’ল। কিন্তু...

Read moreDetails

অসম গৌৰৱ: ভিয়েটনামত আইৰনমেন খিতাপ অৰ্জন কৰিলে দীপন মেধিয়ে

অসম সন্তান দীপন মেধিয়ে এক বিশেষ সফলতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ১০ মে' তাৰিখে ভিয়েটনামৰ ডা নাং...

Read moreDetails

ডাম্পাৰৰ খুন্দাত দুই যুৱক নিহত; ক্ষতিপূৰণৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

তিনিচুকীয়া জিলাৰ ডুমডুমাত বৃহস্পতিবাৰে সন্ধিয়া ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় বাসিন্দা আৰু আটছাৰ আঞ্চলিক শাখাই শোকসন্তপ্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ...

Read moreDetails

জনজাতীয় মানুহ ক্ষতিগ্ৰস্ত নহয় : ইউনিফৰ্ম চিভিল কোড সম্পৰ্কে আশ্বাস ৰূপালী লাংথাছাৰ

অসম চৰকাৰে আগন্তুক বিধানসভা অধিবেশনত উত্থাপন কৰিবলগীয়া অভিন্ন দেৱানী বিধি বা ইউচিচিয়ে ৰাজ্যখনৰ জনজাতীয় লোক সকলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ...

Read moreDetails

প্ৰবল আত্মবিশ্বাসেৰে এইবাৰ অৱতীৰ্ণ হৈছিল NEET পৰীক্ষাত! প্ৰশ্নকাকত ফাদিলে হৰি নিলে স্বপ্ন, ঘটিল সৰ্বনাশ…

ইয়াৰ আগতেও তেওঁ দুবাৰকৈ NEET-UG পৰীক্ষা দিছিল। ফলাফল আশা কৰা ধৰণে নহ’ল। সেয়ে ২০২৬ চনত তৃতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।...

Read moreDetails

মণিপুৰত কুকি আৰু নগা মূলৰ ৩৮ জনৰো অধিক লোকক পণবন্দী কৰি ৰাখিছে বিভিন্ন উগ্ৰপন্থী গোটে

মণিপুৰত কুকি আৰু নগা সম্প্ৰদায়ৰ মুঠ ৩৮ জন লোকক বিভিন্ন উগ্ৰপন্থী সংগঠনে পণবন্দী কৰি ৰাখিছে। মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দাস কোনথুউজামে বৃহস্পতিবাৰে...

Read moreDetails

ভাৰতৰ জাৰ্চি পিন্ধি খেলাৰ সুযোগ বৈভৱ সূৰ্যবংশীৰ! শ্ৰীলংকাৰ বিৰুদ্ধে দল ঘোষণা বিচিচিআইৰ

 মাত্ৰ ১৫ বছৰ বয়সতে বিস্ময়কৰ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ জাৰ্চি পিন্ধি খেলিবলৈ সুযোগ লাভ কৰিলে। শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় এদিনীয়া...

Read moreDetails

চৰাইদেউত কণ কণ শিক্ষাৰ্থীৰ ওপৰত শাৰীৰিক নিৰ্যাতন : ভাইৰেল ভিডিঅ’ৰ পিছতেই গ্ৰেপ্তাৰ শিক্ষক

চৰাইদেউ জিলাৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এজন শিক্ষকে কণ কণ ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাৰ ভিতৰতে...

Read moreDetails

মুখ্যমন্ত্ৰী বিজয়ৰ সেউজ সংকেত; তথাপিও তৃষা কৃষ্ণনৰ ছবিৰ মৰ্নিং শ্ব’ বাতিল

বহু প্ৰত্যাশিত তামিল ছবি ‘কৰুপ্পু’ মুক্তিক কেন্দ্ৰ কৰি  দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতখনত এক নাটকীয় মোৰ লৈছে। আজি বৃহস্পতিবাৰে ছবিগৃহত মুক্তি...

Read moreDetails
Page 99 of 6176 1 … 98 99 100 … 6,176

Stay Connected

Recent News