ত্ৰিপুৰাত ৯৬১খন চৰকাৰী বিদ্যালয় বন্ধ! ত্ৰিপুৰা চৰকাৰক ক্ষুৰধাৰ সমালোচনা মাণিক সৰকাৰৰ

৯৭% সাক্ষৰতাৰ হাৰেৰে দেশৰ শীৰ্ষৰফালে স্থান দখল কৰা ত্ৰিপুৰাৰ শিক্ষা ব্যৱস্থাটোক বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধ্বংস কৰিব বিচাৰিছে বুলি আজি অভিযোগ...

Read moreDetails

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালকক নিলম্বন

দুৰ্নীতিত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল ত্ৰিপুৰাৰ উদ্যান শস্য বিভাগৰ যুটীয়া সঞ্চালক সৌমিত্ৰ দাসক। এটা সূত্ৰই জানিব...

Read moreDetails

ত্ৰিপুৰাত ৰক্তদানৰ পাছতে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানৰ মৃত্যু

ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (টি এছ আৰ)ৰ পঞ্চম বেটেলিয়নে আয়োজন কৰা এটা ৰক্তদান শিৱিৰত ৰক্তদান কৰাৰ পাছতে টি এছ আৰৰ এগৰাকী...

Read moreDetails

বনভোজ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দলক মৌ-মাখিৰ অবিশ্বাস্য আক্ৰমণ; চিকিৎসাধীন

বনভোজ খাবলৈ যোৱা প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক আজি এপাল মৌ-মাখিয়ে অবিশ্বাস্যভাৱে আক্ৰমণ কৰে। এই ঘটনা সংঘটিত হয়...

Read moreDetails

ড্ৰাগছ মাফিয়াৰ গাড়ীৰ খুন্দাত পহৰাদাৰী আৰক্ষী বিষয়াৰ মৃত্যু

ত্ৰিপুৰাত ড্ৰাগছ মাফিয়াৰ হাতত বৃহস্পতিবাৰে নিশা এগৰাকী আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা আৰক্ষী বিষয়া গৰাকী ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ কলমচৌৰা...

Read moreDetails

কেবৰ বিৰোধিতাৰে ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ সিদ্ধান্ত আই এন পি টিৰ

ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টি অব ত্ৰিপুৰা চমুকৈ আই এন পি টিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী...

Read moreDetails

এন আই এৰ অভিযান চলিছে আগৰতলাত, এজনক আটক

এন আই এৰ এটা বিশেষ গোটে বুধবাৰে আগৰতলাত অভিযান চলাইছে। এজন ব্যক্তিক আটক কৰা হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব...

Read moreDetails

ৰাফেলক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত : বিপ্লৱ কুমাৰ দেৱ

ৰাফেল চুক্তিত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত বুলি দাবী জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী...

Read moreDetails

‘তিপ্ৰালেণ্ড’ৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা বিজেপি মিত্ৰজোঁট আই পি এফ টিৰ

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ সহযোগী দল ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিয়ে পৃথক 'তিপ্ৰালেণ্ড'ৰ দাবীত অহা...

Read moreDetails

ব্ৰু প্ৰত্যাৱৰ্তনৰ চলিত প্ৰচেষ্টাই অন্তিম

মিজোৰাম চৰকাৰে সিদ্ধান্ত লৈছে যে ত্ৰিপুৰাত থকা ব্ৰুসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত চলিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াই অন্তিম প্ৰচেষ্টা হ’ব, চৰকাৰী সূত্ৰত প্ৰকাশ।...

Read moreDetails
Page 28 of 82 1 27 28 29 82

Stay Connected

Recent News