দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ ৮৫ গৰাকী ব্যক্তিলৈ...
Read moreDetailsত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সৈতে ইয়াৰ নিৰ্বাচনী মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত...
Read moreDetailsত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক চৰকাৰে পিছ দুৱাৰেদি ক্ষমতা দখল কৰাৰ বাবে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে উগ্ৰপন্থীৰ সৈতে বুজাবুজি কৰা...
Read moreDetails৬০ জনীয়া সদস্যৰে গঠিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বাম ফ্ৰণ্টে মঙলবাৰে ইয়াৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এইবাৰৰ নিৰ্বাচনত ১০খন...
Read moreDetails‘গঁড়ৰ খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীন দেশৰ পৰা। গঁড়ৰ খৰ্গ টামু আৰু মোৰে হৈ বিদেশৰ বজাৰলৈ ওলাই যায়।’...
Read moreDetailsমণিপুৰৰ যশস্বী নাগা লোকসংগীত শিল্পী ৰিউবেন মাচাংৱাই নতুন দিল্লীৰ নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেলত সংগীত পৰিৱেশন কৰিব। ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে নতুন...
Read moreDetailsদেওবাৰে অনুষ্ঠিত লুইতপৰীয়া হিন্দু সন্মিলনৰ সমাপ্তিৰ পিছতে গুৱাহাটীত বাহৰ পাতি থকা আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব বিভিন্ন ব্যক্তিৰ সৈতে মাৰাথন...
Read moreDetailsনাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচিয়ে আজি বিজেপিত যোগদান কৰে। উত্তৰ-পূবৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ...
Read moreDetailsআৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা...
Read moreDetailsউত্তৰ -পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠন সমুহৰ উমৈহতীয়া সংগঠন য়ুনাইটেড নেশ্যনেল লিবাৰেইশ্যন ফ্ৰন্ট অব ছাউথ-ইষ্ট এছিয়াই আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd