কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক ‘মানসিক ৰোগী’ সজাবলৈ উঠিপৰি লাগিছে?
অসম বিধানসভাত অগ্নিবৰ্ষী বিৰোধী বিধায়ক অখিল গগৈক ‘মানসিক ৰোগী’ হিচাপে ‘তাচ্ছিল্য’ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিতৰ্কৰ মাজলৈ ঘুৰি আহিছে।...
Read moreঅসম বিধানসভাত অগ্নিবৰ্ষী বিৰোধী বিধায়ক অখিল গগৈক ‘মানসিক ৰোগী’ হিচাপে ‘তাচ্ছিল্য’ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিতৰ্কৰ মাজলৈ ঘুৰি আহিছে।...
Read moreযোৱা মে' মাহৰ ২ তাৰিখে অসম বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণা দিয়াৰ পাছত অসমৰ প্ৰায় সকলো জনতাক উৎকণ্ঠাৰ মাজলৈ ঠেলি...
Read moreবিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰতবৰ্ষই কৰ'ণা মহামাৰীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, আক্ৰান্তৰ সংখ্যাৰ লগতে মৃত্যুৰ হাৰো বৰ্তমান ভাৰতত সৰ্বাধিক।...
Read moreকোভিড-১৯ৰ দ্বিতীয় জোৱাৰে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষত সৰ্বাধিক তাণ্ডৱ চলাইছে বুলি এতিয়া বিজ্ঞানী-বিশেষজ্ঞ মহল পতিয়ন গৈছে৷ বিশেষজ্ঞসকলে পূৰ্বতেও এনে এক...
Read moreসমগ্ৰ বিশ্বকেই যোৱাটো বছৰৰ পৰা চীনত উৎপত্তি হোৱা কৰোনা ভাইৰাছে সন্ত্ৰাসিত কৰি ৰাখিছে। এটি পৰিসংখ্যাৰ মতে এই ভাইৰাছৰ এতিয়ালৈ মুঠ...
Read moreসমস্যাজৰ্জৰ ৰাজ্য অসমত শেহতীয়াকৈ ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰিছে। এনে সময়তে ৰাজ্যত এখন নতুন চৰকাৰে আজি শপতগ্ৰহণ কৰিছে। যদিও ৰাজ্য শাসনৰ...
Read moreছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুকে বহুতৰে জীৱনলৈ কাল অমানিশা নমাই আনিছে। ফেচবুকৰ জৰিয়তে হোৱা বন্ধুত্বৰ বাবেই অসমৰ এজন লোকে এতিয়া...
Read moreকৰোনা ভাইৰাছে মানৱদেহত প্ৰৱেশ কৰিলে কোভিড-১৯ ৰোগ হয়। ২০১৯ চনত পোন প্ৰথমবাৰৰ বাবে এই ভাইৰাছে মানুহৰ দেহত প্ৰৱেশ কৰিছিল বুলি...
Read moreঅসমৰ চাহ শ্ৰমিকসকলৰ এক বৃ্হৎ অংশৰ উচ্চ ৰক্তচাপৰ সমস্যা (hypertension) আছে আৰু প্ৰতি বছৰে এক বুজন সংখ্যক শ্ৰমিকৰ উচ্চ ৰক্তচাপ...
Read moreযিকোনো ৰোগৰ প্ৰতিষেধকবিলাকৰ কাম হ’ল ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ এটা নক্সা বা আৰ্হিৰূপ (blueprint) শৰীৰত ভৰাই দিয়া। মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd