এহাল ছাত্ৰ-ছাত্ৰীয়ে দুয়ো দুয়োকে সাৱটা-সাৱটি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে দুয়ো শাস্তিৰ সম্মুখীন হৈছে। ঘটনাটো পাকিস্তানৰ লাহোৰ বিশ্ববিদ্যালয়ৰ। দেশখনৰ শীৰ্ষস্থানত...
Read moreDetailsহজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰি কিছু বছৰ পূৰ্বে বিতৰ্কত সোমাই পৰা ফ্ৰান্সৰ ব্যংগাত্মক আলোচনী 'চাৰ্লী হেবডো' পুনৰ চৰ্চালৈ আহিছে। মহম্মদ...
Read moreDetailsএগৰাকী নিৰামিষহাৰী মহিলাই এখন ৰেষ্টুৰেণ্টলৈ পিজ্জা অনলাইন অৰ্ডাৰ দিছিল। ৰেষ্টুৰেণ্টখনেও তেওঁক পিজ্জা ডেলিভাৰি দিলে। পিজ্জাটো খোৱাৰ সলনি তেওঁ উপভোক্তা আদালতত...
Read moreDetailsচলন্ত অৱস্থাতে ভয়ংকৰভাৱে অগ্নিদগ্ধ হ'ল এখন ট্ৰেইন। উত্তৰাখণ্ডৰ কাচাৰা ৰেলৱে' ষ্টেচনৰ সমীপত ৰাজ্যখনৰ শীতকালীন ৰাজধানী ডেৰাডুন অভিমুখী এখন শতাব্দী এক্সপ্ৰেছত...
Read moreDetailsফ্ৰান্সত এগৰাকী অভিনেত্ৰীয়ে উলংগ হৈ প্ৰতিবাদ সাব্যষ্ট কৰিছে। শুকুৰবাৰে দেশখনৰ একাডেমী অৱ চিনেমা আৰ্টছ এণ্ড টেকনিকচে বছৰী আগবঢ়াই অহা চেজাৰ...
Read moreDetailsক্ষুদ্ৰ এটা কেমেৰা ভক্ষণ কৰিলেই কেমেৰাটোৱে শৰীৰৰ ভিতৰৰ পাকস্থলীৰ কেঞ্চাৰ ৰোগৰ প্ৰমাণসমূহ ধৰা পেলাব! ইংলেণ্ডৰ চিকিৎসা বিভাগে এই সদ্ধান্ত গ্ৰহণ...
Read moreDetailsঝাৰখণ্ড চৰকাৰে এটা বিশেষ ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতৰিমতে, ব্যক্তিগত খণ্ডৰ চাকৰিত স্থানীয় লোকসকলৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ...
Read moreDetailsসামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ গাজীয়াবাদত এজন লোকক আটক কৰা হৈছে। ভিডিঅ'টোত দেখা গৈছিল যে...
Read moreDetailsনিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিন্দা আদাৰ্ণে কৈছে যে দেশখনৰ মুছলিম ধৰ্মাৱলম্বী লোকসকল সুৰক্ষা প্ৰদান কৰাটো তেওঁলোকৰ কৰ্তব্য। ২০১৯ চনৰ ১৫ মাৰ্চত দেশখনৰ...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কয় যে কভিড-১৯য়ে সৃষ্টি কৰা এই পৰিস্থিতিত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধসমূহে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে। আয়ুৰ্বেদক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd