শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত চৌদী আৰৱৰ ৰাজপুত্ৰ তথা দেশখনৰ ভাবী ৰজা মহমম্দ বিন চালমানক এজন...
Read moreDetailsভাৰতত চলি থকা কৃষক আন্দোলন, সাংবাদিকসকলৰ ওপৰত দেশদ্ৰোহীতাৰ গোচৰ আৰু সামাজিক মাধ্যমত ভাৱপ্ৰকাশৰ বাধাআৰোপক কেন্দ্ৰ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে...
Read moreDetailsটাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে বলিউদৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জীয়ৰী ৰাসা ঠাণ্ডানীয়ে। শনিবাৰে ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ৰাসাৰ স’তে উঠা...
Read moreDetailsটীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ইউচুফ পাঠানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰে। তাৰকাগৰাকীৰ অৱসৰ গ্ৰহণৰ উপলক্ষে আই.চি.চি.য়ে এটা টুইটযোগে ক্ৰিকেট...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন বিৰোধী আন্দোলনত নেতৃত্ব দি কাৰাবাস খাটি শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰে তৃতীয়টো গোচৰত জামিন লাভ কৰিছে।...
Read moreDetailsঅসম বিধানসভা নির্বাচনৰ পূৰ্বে, বডোলেণ্ড পিপলচ পাৰ্টি (বিপিএফ)-ৰ সভাপতি হাগ্ৰামা মহিলাৰী কৈছে যে তেওঁৰ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ...
Read moreDetailsদিল্লী চৰকাৰৰ সকলো বিভাগে কেৱল ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিব। উপমুখ্যমন্ত্ৰী মনিষ চিচ’দিয়াই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। তেওঁ জনায় যে...
Read moreDetailsহলিউদৰ জনপ্রিয় অভিনেত্ৰী এম্মা ৱাটছনে অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ ল’লে নেকি? এই বিষয়টো লৈ ত্ৰিশ বছৰীয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে কাতৰ অনুৰোধ...
Read moreDetailsহলিউদৰ জনপ্ৰিয় সংগীতশিল্পী লেডি গাগাৰ কজি, গুষ্টাভ আৰু মিছ এছিয়া নামৰ তিনিটাকৈ ফৰাচী বুলডগ আছে। তাৰে কজি আৰু গুষ্টাভ বুধবাৰে...
Read moreDetailsচীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে কৈছে যে দেশখনত ‘‘যাদুকৰী’’ভাৱে দৰিদ্ৰতা শেষ হৈ গৈছে! যোৱা আঠ বছৰৰ ভিতৰত প্ৰায় ১০০ মিলিয়ন নাগৰিক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd