Popular Stories

কাইলৈ ছবিঘৰলৈ আহি আছে ‘বৰনদী ভটিয়ায়’

কাইলৈ অৰ্থাৎ ৩ মে’ত সমগ্ৰ ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব বহু চৰ্চিত ছবি ‘বৰনদী ভটিয়ায়’। মাজুলীৰ জীৱন গাথাঁক পটভূমি হিচাপে...

Read moreDetails

তদন্ত কমিটিৰ সন্মুখত হাজিৰ হ’ল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

এক নজীৰবিহীন ঘটনাত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিলম্বিত মহিলা কৰ্মচাৰীৰ দ্বাৰা উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ উত্তৰ...

Read moreDetails

পৰীক্ষাৰ মাজতে ৱাটছ এপ গ্ৰুপত ভাইৰেল APDCLৰ প্রশ্নকাকত!

ৰাজ্যত আজি এ পি ডি চি এলৰ পৰীক্ষা চলি থকাৰ মাজতে একাংশ ৱাটছ এপ গ্ৰুপে গ্ৰুপে এতিয়া ঘূৰি ফুৰিছে পৰীক্ষাৰ...

Read moreDetails

মাজুলীৰ বিদ্যালয়ত অঘটন : প্ৰধান শিক্ষকে কাটিলে ২২ গৰাকী বৈষ্ণৱ ছাত্রৰ চুলি

মাজুলীৰ আউনীআটী সত্র মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বৰ্বৰতাই সত্ৰীয়া সংস্কৃতীৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৫০০ বছৰীয়া সত্রীয়া...

Read moreDetails

শৰীৰত কৰ্কট ৰোগৰ যন্ত্ৰণা লৈও ভোট দিবলৈ ওলাই আহিল বছিৰ আলী

ৰাজ্যত আজি অন্ত পৰিল ১৭তম সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি অনুষ্ঠিত ভোটগ্ৰহণত গুৱাহাটী মহানগৰীৰ এটা বিশেষ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ...

Read moreDetails

পৰিয়ালসহ ভোটদান কৰি উৎফুল্লিত ৰাজ্যৰ দুই ‘হাৰ্ট থ্ৰ’ব’

ৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ...

Read moreDetails

প্ৰথমতে আমি নাগৰিকত্ব বিধেয়ক আনিম, তাৰ পিছতহে এন আৰ চি : অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হ’ব। এই ঘোষণা বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। আজি...

Read moreDetails

গুৱাহাটীত লগত ‘আধাৰ কাৰ্ড’ থকা ৮ গৰাকী বাংলাদেশীক আটক

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আজি ৰে’লৱে আৰক্ষীয়ে ৮ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’লৱে আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে আজি দিনৰ...

Read moreDetails

প্ৰথমবাৰৰ বাবে অসমীয়া যুৱকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নতুন দিল্লীত

লোকসভা নিৰ্বাচনত নতুন দিল্লী সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এজন অসমৰ যুৱকে। অৰ্বীণ কুমাৰ বৰুৱা নামৰ যুৱকজনে নতুন দিল্লী সমষ্টিটোত নিৰ্দলীয়...

Read moreDetails

দুদিনৰ বিৰতি; গুৱাহাটীত পুনৰ বন্ধ থাকিব সুৰাৰ বিপনী

২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত কাইলৈৰ পৰা ড্ৰাই...

Read moreDetails
Page 1352 of 1388 1 1,351 1,352 1,353 1,388

Stay Connected

Recent News