চূড়ান্ত এন আৰ চিত কিবা কাৰণত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নহ'লে এই সম্পৰ্কীয় অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এক আপিল কৰ্তৃপক্ষ...
Read moreDetailsভূটানৰ দুই ফুটবল খেলুৱৈ নিমা ৱাংদি আৰু জিগমে চেৰিং দৰ্জিক আই লীগ দল মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে যোগ্যতা পৰীক্ষণৰ বাবে...
Read moreDetails‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছতে একাংশ ৰাজনৈতিক নেতা, দল-সংগঠন তথা বুদ্ধিজীৱীয়ে অতি প্ৰৰোচনামূলক বক্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰি ৰাজ্যৰ...
Read moreDetailsচৰকাৰে যদি শীঘ্ৰে জনজাতিকৰণ আৰু কমতাপুৰ দাবী পূৰণ নকৰে তেন্তে আক্ৰছুয়ে পঞ্চায়ত নিৰ্বাচনকে ধৰি আহিব লগা নিৰ্বাচনসমূহ বৰ্জন কৰিব। আজি কোকৰাঝাৰ...
Read moreDetails‘অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ হ’ব লাগে। অসম চুক্তিক কেৱল এক চুক্তি বুলিব নোৱাৰি। অসম চুক্তিৰ আধাৰত ভাৰতীয়...
Read moreDetailsদেশৰ বৃ্হত্তম ৰাষ্ট্ৰীয়কৃত বেংক ষ্টেইট বেংক অৱ ইণ্ডিয়াই চেইভিংছ একাউণ্টৰ ক্ষেত্ৰত নিম্নতম জমা ৰাখিবলগীয়া ধনৰ পৰিমাণ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।...
Read moreDetailsআহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহত আৰু অধিক আপদৰ আশংকা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি যোৰহাট প্ৰশাসনৰ লগতে অসমৰ আন...
Read moreDetailsআজি হাফলঙত আয়োজিত এক সংবাদ মেলযোগে ডিমা হাচাও বিজেপিৰ প্ৰাক্তন সভাপতি দেবেন থাউচেনে অচিৰেই বিজেপি ত্যাগ কৰি অগপত যোগদান কৰাৰ...
Read moreDetailsএন আৰ চিৰ সৈতে সমগ্ৰ ৰাজ্য ব্যস্ত থকাৰ সময়তে চাইবাৰ জগতত অস্তিত্বহীন হৈ পৰিছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিত্ত বিভাগ। ৰাজ্যখনৰ...
Read moreDetailsউচ্চ শিক্ষাৰ সৰ্বভাৰতীয় সমীক্ষাৰ শেহতীয়া তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ছিকিমৰ মহিলাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত পুৰুষক চেৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd