Popular Stories

বিদ্বেষমূলক ভাষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন নিৰ্দেশনা প্ৰদান কৰিবলৈ আদালতৰ অস্বীকাৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি বিদ্বেষমূলক ভাষণ বা ‘হেট স্পীচ’ ৰোধ কৰাৰ বাবে কোনো নতুন নিৰ্দেশনা বা নিৰ্দেশাৱলী জাৰি কৰিবলৈ অস্বীকাৰ...

Read moreDetails

ভাৰতত ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ! তিনিগৰাকী মাৰ্কিন নাগৰিকক ততাতৈয়াকৈ দেশ এৰাৰ নিৰ্দেশ

ভাৰতলৈ আহি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে তিনিগৰাকী মাৰ্কিন বা আমেৰিকান নাগৰিকৰ বিৰুদ্ধে। এই অভিযোগৰ...

Read moreDetails

‘সুৰক্ষা নহয়, কেৱল অনুষ্ঠানহে পৰিচালনা কৰিছিল সিদ্ধাৰ্থই’; আদালতত জুবিন গাৰ্গৰ মেনেজাৰৰ অধিবক্তাৰ ভাষ্য

জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাক লৈ অব্যাহত থকা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে আজি গুৱাহাটীৰ আদালতত এক গুৰুত্বপূৰ্ণ পটপৰিৱৰ্তন দেখিবলৈ...

Read moreDetails

গেছ চিলিণ্ডাৰৰ বুকিং আৰু বিতৰণ প্ৰক্ৰিয়াত ডাঙৰ সালসলনি; ১ মে’ৰ পৰা প্ৰণয়ন হ’ব নতুন নীতি-নিৰ্দেশনা

দেশৰ ৰন্ধন গেছ গ্ৰাহকসকলৰ বাবে অহা ১ মে’ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম কাৰ্যকৰী কৰিবলৈ সাজু হৈছে দেশৰ তৈল বিপণন কোম্পানীসমূহ।...

Read moreDetails

সুৰক্ষিত নহয় অসমৰ পথ; বিগত তিনি মাহত হাজাৰৰো অধিক লোকৰ কৰুণ মৃত্যুৱে কঁপাইছে ৰাজ্য

অসমত পথ দুৰ্ঘটনাৰ পৰিসংখ্যাই এক চৰম উদ্বেগজনক পৰ্যায় লাভ কৰিছে। চলিত ২০২৬ বৰ্ষৰ প্ৰথম তিনি মাহতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত...

Read moreDetails

আমেৰিকাৰ কঠোৰ পদক্ষেপ: ড্ৰাগছ মাফিয়াৰ সৈতে জড়িত থকাৰ অভিযোগত দুগৰাকী ভাৰতীয়ৰ বিৰুদ্ধে নিষেধাজ্ঞা

মেক্সিকোৰ কুখ্যাত ড্ৰাগছ কাৰ্টেলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ আৰু অবৈধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে দুগৰাকী ভাৰতীয়...

Read moreDetails

সিন্ধু জল চুক্তি নিলম্বন: যোৱা এবছৰত পাকিস্তানৰ কিমান লোকচান হ’ল?

ভাৰতে সিন্ধু জল চুক্তি নিলম্বিত কৰাৰ পিছত পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে। পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ এখন পত্ৰ প্ৰেৰণ কৰি ভাৰতৰ এই...

Read moreDetails

বিশ্ব শক্তি সংকট আৰু ইৰাণৰ সংঘাতৰ মাজতে অ’পেক ত্যাগ কৰিলে সংযুক্ত আৰব আমিৰশ্বাহীয়ে

বৰ্তমান বিশ্বত চলি থকা শক্তি সংকট আৰু ইৰাণৰ সৈতে জড়িত সংঘাতৰ ফলত তেলৰ যোগানত বাধাৰ সৃষ্টি হৈ থকাৰ সময়তে এক...

Read moreDetails

সোণম ৰঘুবংশীক জামিন, ধনবলৰ ওচৰত হাৰ মানিলো বুলি ৰাজা ৰঘুবংশীৰ ককায়েকৰ আক্ষেপ

ইন্দোৰ চহৰৰ চাঞ্চল্যলকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত এক গুৰুত্বপূৰ্ণ আইনী মোৰ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা নিহত ৰাজাৰ...

Read moreDetails

এতিয়া গুগল ৱালেটত সুৰক্ষিতভাৱে ৰাখিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ তথ্য: জানক সবিশেষ

গুগল ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে এক নতুন সুবিধা। এতিয়াৰে পৰা আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ তথ্য গুগল ৱালেটত অতি সহজে আৰু সুৰক্ষিতভাৱে...

Read moreDetails
Page 192 of 1528 1 … 191 192 193 … 1,528

Stay Connected

Recent News