DMCA.com Protection Status

Popular Stories

অব্যাহত পুষ্পাৰ সফলতাৰ দৌৰ: TVR ৰেটিঙত অতিক্ৰম কৰিলে অক্ষয়ৰ সূৰ্যবংশী আৰু ৰণবীৰৰ ৮৩ ক

তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা আলু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ চিনেমা হলত প্ৰদৰ্শন বন্ধ হ’লেও অব্যাহত আছে জনপ্ৰিয়তা আৰু সফলতাৰ...

Read more

এপ্ৰিল ফুল আৰু প্ৰধানমন্ত্ৰী মোদী! চাও আহক দেশৰ জনতাক মোদীয়ে দিয়া পাঁচটা এপ্ৰিল ফুল

আজি এপ্ৰিলৰ এক তাৰিখ। মিছা কথা কোৱাৰ দিন। মিছা প্ৰতিশ্ৰুতি দিয়াৰ দিন। কাৰোবাক এপ্ৰিল ফুল সজাই ৰং চোৱাৰ দিন। সেয়ে,...

Read more

হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে ইণ্ডিগ’ৰ ৱেবচাইট! বাঙ্গালোৰৰ যুৱকৰ কৰ্মই লগাইছে চমক

বিমান যাত্ৰাৰ সময়ত নিজৰ হেৰুওৱা লাগেজৰ বাবে যাত্ৰী চিন্তিত হৈ পৰাটো এটা সাধাৰণ ঘটনা। এনে হেৰুওৱা লাগেজ বিচাৰি সাধাৰণতে যাত্ৰীসকলে...

Read more

বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এই সুবিধা হিমাংশু প্ৰসাদ দাসৰ

অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এইবাৰ এক বিশেষ সুবিধা (অফাৰ!) আগবঢ়াইছে চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে। দৰ্শকৰ বাবে তেওঁ পৰিচালনা কৰা ব্যতিক্ৰমধৰ্মী...

Read more

এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পাইছে ৰাজামৌলিৰ আন এখন বিগ বাজেটৰ ছবি ‘RRR’য়ে। ২৫মাৰ্চত মুক্তি পোৱা ছবিখনে এদিনতে বিশ্বজুৰি ২২৩কোটি...

Read more

ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যু; কিয় নাম সাঙোৰ খালে ৰাষ্ট্ৰপতি পুটিনৰ?

এগৰাকী ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যুৰ স’তে সাঙোৰ খাই পৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নাম। ইউক্ৰেইন যুদ্ধৰ মাজতে ঘটা এই ঘটনাই...

Read more

অসমৰ বজাৰলৈ আহিল জেলেনস্কি

ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি মুখ্যতঃ তেওঁৰ সাহসিকতা আৰু প্ৰতিশ্ৰুতিৰ বাবে পৃথিৱীৰ এগৰাকী অতি দৃঢ়মনা নেতা হিচাপে পৰিচিত...

Read more

ইন্ধনৰ মূল্যবৃদ্ধিত অতিষ্ঠ: বিকল্প হিচাপে ক্ৰয় কৰিলে ঘোঁৰা

ইন্ধনৰ বৰ্দ্ধিত মূল্যই অতিষ্ঠ কৰিছে নেকি ? চিন্তাৰ কাৰণ নাই, ইন্ধনে আপোনাৰ এতিয়া জেপ খালী নকৰে। ইন্ধন ব্যৱহৃত বাহনৰ বিকল্প...

Read more

ইটালীয়ে জব্দ কৰিলে পুটিন ঘনিষ্ঠ ৰাছিয়ান পুঁজিপতিৰ বিশাল প্ৰমোদতৰী; মূল্য কিমান জানেনে?

এখন নাও। কিন্তু এইখন সাধাৰণ নাও নহয়। এখন ফুটবল খেলপথাৰৰ সমান বিশালাকৃতিৰ এই নাও তথা প্ৰমোদতৰীখনৰ মূল্য হৈছে পাঁচশ আঠসত্তৰ...

Read more

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’

তৃতীয় সপ্তাহত উপনীত হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিছে ইউক্ৰেইন। ৰাজধানী কিয়েভ দখলৰ লক্ষ্যৰে আগবাঢ়ি অহা ৰাছিয়ান...

Read more
Page 281 of 810 1 280 281 282 810

Recent News