Popular Stories

চিন্তনীয়! মণিপুৰত ধৰা পৰা ১০ হাজাৰৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনা নাগৰিক

উত্তৰ-পূব ৰাজ্য মণিপুৰত বিগত পাঁচ বছৰত ধৰা পৰা ১০ হাজাৰৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনৰ নাগৰিকৰ উপস্থিতি ধৰা পৰিছে। এই...

Read moreDetails

মৰ্মান্তিক! মণিপুৰত চৰম পন্থা বাছি ল’লে অসমৰ CISFৰ সহকাৰী উপ-পৰিদৰ্শকৰ

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে মণিপুৰৰ জিৰিবাম জিলাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন ৫৩ বছৰীয়া সহকাৰী উপ-পৰিদৰ্শকৰ আত্মহত্যাৰ ফলত মৃত্যু হয়।...

Read moreDetails

মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ সলনি IIScত পঢ়াৰ সিদ্ধান্ত অসমৰ অধিৰাজৰ; পঢ়ক এই প্ৰেৰণাদায়ক কাহিনী…

শৈক্ষিক মেধাৰ এক অনন্য কৃতিত্বত গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ অধিৰাজ কৰে উচ্চ শিক্ষাৰ বাবে এক অনন্য পথ বাছি লৈ সকলোৰে...

Read moreDetails

প্ৰশিক্ষণৰত প্ৰাক্তন আইএএছ পূজাৰ মাতৃক জামিন; ৫০ হাজাৰৰ বণ্ডৰ ওপৰত একাধিক চৰ্ত আৰোপ কোৰ্টৰ

প্ৰাক্তন আই এ এছ প্ৰশিক্ষাৰ্থী পূজা খেড়কাৰৰ মাতৃ মনোৰমা খেড়কাৰৰ জামিন। শুকুৰবাৰে পুনেৰ আদালতে তেওঁক জামিন মঞ্জুৰ কৰে।মনোৰমাক বন্দুক উঠাই...

Read moreDetails

বিভ্ৰাট! অলিম্পিকজয়ী শ্বুটাৰ বুলি অভিনেতা আদিল হুছেইনকে নেটিজেনে জনালে শুভেচ্ছা

শেহতীয়াকৈ অভিনেতা আদিল হুছেইনে পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ বাবে এজন অনুৰাগীয়ে ভুলকৈ প্ৰশংসা কৰি তুৰস্কৰ শ্বুটাৰ ইউছুফ ডিকেকৰ সৈতে...

Read moreDetails

ৱায়নাডৰ ১০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছে; ঘোষণা ৰাহুল গান্ধীৰ

কেৰালাৰ ৱায়নাড ভূমিস্খলনত ক্ষতিগ্ৰস্ত এশৰো অধিক পৰিয়ালৰ বাবে কংগ্ৰেছে নতুন ঘৰ নিৰ্মাণ কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰে লোকসভাত বিৰোধী...

Read moreDetails

ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব নাছাই

যদি সকলো ঠিকে থাকে তেন্তে ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দিব। আমেৰিকাৰ মহাকাশ...

Read moreDetails

কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে

আমাৰ দেশৰ অন্যতম পুৰণি ব্যৱসায়িক গোট হৈছে টাটা গ্ৰুপ। সময়ৰ লগে লগে টাটা গ্ৰুপে বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।...

Read moreDetails

মৰিয়াই মৰিয়াই মাটিত পুতি থোৱা যুৱকৰ প্ৰাণ বচালে পথৰ ভতুৱা কুকুৰে : কিন্তু কেনেকৈ?

আগ্ৰাত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি এজন যুৱকক কেইটামান দুষ্কৃতিকাৰীয়ে আধামৰা কৰি মাটিত গাত খান্দি পুতি থৈ...

Read moreDetails

নিৰ্বাচনী বণ্ডত দুৰ্নীতি বিচাৰি উলিওৱাৰ তদন্ত নহয়- SIT গঠনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনী বণ্ড দুৰ্নীতিৰ অভিযোগৰ আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন দাখিল...

Read moreDetails
Page 696 of 1556 1 … 695 696 697 … 1,556

Stay Connected

Recent News