DMCA.com Protection Status

Popular Stories

অসম শ্ৰেষ্ঠ গণৰাজ্য দিৱসত প্ৰদৰ্শিত ২২টা প্ৰতীক পটৰ ভিতৰত

অসমবাসীৰ বাবে এটা ভাল খবৰ। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা অসমৰ প্ৰতীক পটে প্ৰথম...

Read more

মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড

অন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি...

Read more

বড়ো চুক্তিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে সাংসদ নৱ শৰণীয়াই

আজি নতুন দিল্লীত সম্পাদিত ঐতিহাসিক বড়ো চুক্তিত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। সাংসদগৰাকীয়ে...

Read more

ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা পৰিয়ালৰ সদস্য আদনান চামিক পদ্মশ্ৰী দিয়াক লৈ চৰকাৰক সমালোচনা কংগ্ৰেছৰ

বলিউদী গায়ক তথা সংগীত শিল্পী আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত অসন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে কংগ্ৰেছে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে।...

Read more

৭ ফেব্ৰুৱাৰিত হ’ব বড়ো চুক্তি উদযাপন অনুষ্ঠান; উপস্থিত থাকিব প্ৰধান মন্ত্ৰী মোদী

আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই...

Read more

ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰকাৰী সকলে জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা

যদি আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেন্তে আজি আমি এই বিশেষ লিখনিটোৰ জৰিয়তে আপোনাক জনাবলৈ চেষ্টা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ...

Read more

বিদ্যালয়ত অসমীয়া ভাষা পঢ়া সকলহে চৰকাৰী চাকৰিৰ বাবে যোগ্য হ’ব; নতুন আইন অনাৰ প্ৰস্তুতি চৰকাৰৰ

অসমত চাকৰি কৰিব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে। কিয়নো অসমৰ দীৰ্ঘকালৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান পঢ়ে...

Read more

টেষ্ট ক্ৰিকেটত ৫ লাখ ৰান; কোনে গঢ়িলে এই আকৰ্ষণীয় বিশ্ব অভিলেখ?

টেষ্ট ক্ৰিকেটত ৫০০০০০ ৰান কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড। জোহাঞ্চবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ চতুৰ্থখন টেষ্টত...

Read more

পূজা, খ্ৰীষ্টমাছ, নতুন বৰ্ষ আৰু ভোগালীৰ আনন্দ গ’ল, তথাপি আৰম্ভ নহ’ল গুৱাহাটীৰ ৰ’পৱে সেৱা

২০১৯ বৰ্ষৰ দুৰ্গা পূজা গ’ল, খ্ৰীষ্টমাছ পাৰ গৈ গ’ল, নতুন বছৰৰ উল্লাস আৰু ভোগালীৰ ভোগৰ আনন্দ উপভোগ কৰিলে মহানগৰবাসীয়ে। বাতৰিত...

Read more

এইবাৰ ভোটাৰ আই ডিৰ সৈতে আধাৰ কাৰ্ডৰ লিংক; নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া আৰম্ভ

পেন কাৰ্ডৰ পাছত এইবাৰ ভোটাৰ আই ডি কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব আপুনি। সূত্ৰ মতে, দেশৰ আইন মন্ত্ৰীয়ে...

Read more
Page 785 of 891 1 784 785 786 891

Recent News