ক্ৰীড়া

বিশ্বকাপ অতীত! বেটে-বলে দুৰ্দান্ত ফৰ্মত টীম ইণ্ডিয়া; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টী-২০তো জয় ভাৰতৰ

বিশ্বকাপত পৰাজয়ৰ পোতক তুলিবলৈয়ে যেন উন্মুখ। বিশ্বকাপ ফাইনেলত পৰাজয়ৰ হতাশা সামৰি টীম ইণ্ডিয়াই নিজৰ ‘দমনীয়’ প্ৰদৰ্শনেৰে সেয়া বুজাই দিলে। প্ৰথমখন...

Read moreDetails

জল্পনা-কল্পনাৰ অন্ত: মুম্বাইলৈ ঘূৰি নাহিল পাণ্ডিয়া; চাওক দহ ফ্ৰেন্সাইজিৰ সম্পূৰ্ণ তালিকা

ক্ৰিকেটপ্ৰেমীৰ উৎসুকতাৰ অন্ত পৰিল। পুনৰ নীলা জাৰ্চিত হাৰ্দিক পাণ্ডিয়াৰ আই পি এল যাত্ৰাক লৈ চলি থকা চৰ্চাৰো ঘটিল অৱসান। চৰ্চা...

Read moreDetails

টি-২০ বিশ্বকাপত ৰোহিত-কোহলী ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ: মন্তব্য আক্ৰামৰ

অন্তিম পৰ্যায়ত বিশ্বকাপ ব্যৰ্থতাৰ পিছতে ২০২৪ত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দল গঠনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে ভাৰতীয় ক্ৰিকেটত। তাৰ মাজতে...

Read moreDetails

বিশ্বকাপৰ পাছত পুনৰ নায়ক ছামী; মৃত্যু মুখৰ পৰা ৰক্ষা কৰিলে আক্ৰান্তক, চাওক ভিডিঅ’

বিশ্বকাপত তেওঁ এক দৰ্শনীয় প্ৰদৰ্শনেৰে সমগ্ৰ দেশৰ হৃদয় জয় কৰিছিল। এইবাৰ তেওঁ অন্য এক ভূমিকা পালন কৰিলে। উত্তৰাখণ্ডৰ নাইনিতালত দুৰ্ঘটনাগ্ৰস্ত...

Read moreDetails

নতুন ভূমিকাত দ্ৰাবিড়! হ’ব পাৰে আই পি এলত এই দলৰ মেণ্টৰ!

বিশ্বকাপৰ সমাপ্তিৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দুবছৰীয়া চুক্তিৰ অন্ত পৰিল ৰাহুল দ্ৰাবিড়ৰ। চুক্তি অৱসানৰ পিছত এতিয়া...

Read moreDetails

নাছিল ‘কৰিম কিম্বা মৰিম’ মানসিকতা! আক্ৰামে ক’লে ভাৰতৰ বিশ্বকাপ পৰাজয়ৰ আঁৰৰ কাৰণ

বিশ্বকাপৰ অনাকাংক্ষিত পৰাজয়ক এতিয়াও পাহৰিব পৰা নাই ভাৰতে; সেয়া লাগিলে খেৰুৱৈয়ে হওক অথবা অনুৰাগী। দুৰ্দমনীয় প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰ পিছতো ফাইনেলত থমকিব...

Read moreDetails

বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থোৱা মিটচেল মাৰ্ছৰ বিৰুদ্ধে দাখিল এজাহাৰ

শুকুৰবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ ফটোৰ বাবে প’জ দিয়া অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিটচেল মাৰ্ছৰ বিৰুদ্ধে এফআইআৰ...

Read moreDetails

কিদৰে বঞ্চিত হৈছিল ছামি! অতীতৰ অকথিত কাহিনী সোঁৱৰণ মহম্মদ ছামিৰ

দুৰন্ত প্ৰদৰ্শনেৰে সদ্যসমাপ্ত ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অভিযানৰ অন্যতম বঠাধাৰী আছিল অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামি। ধাৰাবাহিক চমকেৰে তাৰকাগৰাকী ২৪টা...

Read moreDetails

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয় ক্ৰিকেটৰ বাবেই মংগলজনক!

যোৱা দেওবাৰে অন্ত পৰিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ। সমগ্ৰ প্ৰতিযোগিতাখনত দুৰন্ত প্ৰদৰ্শনেৰে অপৰাজেয় হৈ ৰোৱা ভাৰতে ফাইনেলত হতাশাজনক প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াৰ বিপক্ষে...

Read moreDetails

বিপদত শ্ৰীসান্থ! ১৮ লক্ষাধিক টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হ’ল গোচৰ

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত মেচ ফিক্সিঙৰ অভিযোগত দোষী সাব্যস্ত হৈ নিলম্বিত হোৱা ভাৰতৰ প্ৰাক্তন পেচাৰ এছ শ্ৰীসান্থৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে...

Read moreDetails
Page 130 of 471 1 … 129 130 131 … 471

Stay Connected

Recent News