ক্ৰীড়া

মটেৰাত ভাৰতীয় বলাৰৰ ছন্দপতন: খাৱাজাৰ শতকেৰে প্ৰথম দিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া

প্ৰথম দুখন টেষ্টত আত্মসমৰ্পণৰ পিছত যেন হেৰুওৱা শক্তি ক্ৰমাৎ ঘূৰাই পাইছে অষ্ট্ৰেলিয়াই! তৃতীয় টেষ্টত চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে সহজ বিজয় সাব্যস্ত কৰি...

Read moreDetails

WPL-2023: মহিলা আইপিএলৰ উদ্বোধনী মেচত মুম্বাইৰ হাতত বিধ্বস্ত গুজৰাট! ব্যৱধান ১৪৩ ৰাণ

শনিবাৰে ২০২৩ চনৰ মহিলা আই পি এলৰ (WPL) উদ্বোধনী খেলখন সম্পূৰ্ণ একপক্ষীয় হৈ পৰিছিল। খেলখনত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়ান্টছক ১৪৩...

Read moreDetails

অপেক্ষাৰ অৱসান! আজিৰ পৰা ৱ’মেন প্ৰিমিয়াৰ লীগৰ ২২ গজৰ যুঁজ

আৰু কিছু সময়, অৱশেষত অৱসান ঘটিব অপেক্ষাৰ। দেশৰ ক্ৰীড়াজগতত সংযোজন ঘটিব আন এক নব ইতিহাসৰ। নৱী মুম্বাইত ইতিহাসৰ আৰম্ভণি ঘটাই...

Read moreDetails

ইন্দোৰত ছন্দপতন ভাৰতৰ: সহজ জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তন অষ্ট্ৰেলিয়াৰ

ইন্দোৰত ৰুদ্ধ হৈছে ভাৰতৰ জয়ৰ অশ্বমেধ গতি। প্ৰথম দুখন মেচত সহজ জয়েৰে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী পুনৰ জয়ৰ দিশত আগবঢ়া ঘৰুৱা দলটোক...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বৃহৎ ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ EUPHUISIM ৰ আয়োজন

ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত অহা ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ “EUPHUISM 2023”ৰ...

Read moreDetails

“আনটাছ্ড 13”! ফণ্টেইনৰ প্ৰস্থান….

জীৱন যুদ্ধত হাৰ মানিলে প্ৰাক্তন ফৰাচী ফুটবলাৰ তথা ফিফা বিশ্বকাপৰ ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী জাষ্ট ফণ্টেইনে। বুধবাৰে প্ৰাক্তন ফুটবল...

Read moreDetails

বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ! কোহলীৰ সৈতে সমতা স্থাপন, অতিক্ৰম ৰবি শাস্ত্ৰীক

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ভাৰতীয় তাৰকা বিৰাট কোহলী। যোৱা প্ৰায় ডেৰ দশকযোৰা ক্ৰিকেট কেৰিয়াৰত...

Read moreDetails

ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাই: স্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক’ৰ্ড তালিকাত

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি জাতীয় দলৰ বাহিৰত থকাৰ পিছত প্ৰত্যাৱৰ্তনতে উজ্বলি উঠা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন।...

Read moreDetails

এণ্ডাৰছনক পিছলৈ ঠেলি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অশ্বিন: পিছুৱালে ৰোহিত-কোহলী

আইচিচি ৰেংকিঙত আন এক বিভাগত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয়ই। এইবাৰ আইচিচিৰ টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীৰ্ষস্থান আৰোহণ কৰিছে তাৰকা অফস্পিনাৰ...

Read moreDetails

ক্ৰীড়াতকৈ শক্তিশালী আন কি হ’ব পাৰে ভাতৃত্ববোধৰ আধাৰ!

যোৱা ৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিছে তুৰ্কী আৰু ছিৰিয়া। ভূমিকম্পই সৃষ্টি কৰা ধ্বংসস্তূপৰ মাজত তুৰ্কী-ছিৰিয়াত...

Read moreDetails
Page 151 of 460 1 150 151 152 460

Stay Connected

Recent News